ETV Bharat / state

মৰিগাঁৱত অবৈধ বাংলাদেশীক ডিটেনেচন কেম্পলৈ প্ৰেৰণ

author img

By

Published : Aug 16, 2019, 11:44 PM IST

সমৰ আলী নামৰ লোকজনক বিদেশী ঘোষণা ৷ বিগত দুবছৰ ধৰি মৰিগাঁৱত চলি আছিল গোচৰ

মৰিগাঁৱত অবৈধ বাংলাদেশীক ডিটেনেচন কেম্পলৈ প্ৰেৰণ

মৰিগাঁও, 16 আগষ্ট : মৰিগাঁৱত অবৈধ বাংলাদেশীক ডিটেনেচন কেম্পলৈ প্ৰেৰণ । মৰিগাঁও সীমান্ত আৰক্ষীয়ে আটক কৰি তেজপুৰৰ ডিটেনেচন কেম্পলৈ প্ৰেৰণৰ দিহা কৰিছে বাংলাদেশী লোকজনক ৷ সমৰ আলী নামৰ লোকজনক শুক্ৰবাৰে মৰিগাঁও তিনি নং বিদেশী ন্যায়াধীকৰণে বাংলাদেশী বুলি ৰায় প্ৰদান কৰে । বিগত দুবছৰ ধৰি মৰিগাঁৱত চলি থকা গোচৰৰ বিপৰীতে বাংলাদেশীটোৱে নথি পত্ৰ যোগান ধৰিব নোৱাৰাত ডিটেনেচন কেম্পলৈ প্ৰেৰণ কৰা হয় ৷

Intro:মৰিগাঁৱত ধৃত বাংলাদেশী।মৰিগাঁও সীমান্ত আৰক্ষীয়ে আটক কৰি তেজপুৰৰ ডিটেনেচন কেম্পলৈ প্ৰেৰণৰ দিহা ।Body::মৰিগাঁৱত অবৈধ বাংলাদেশী আটক। মৰিগাঁও মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত বৰিবজাৰ গাঁৱৰ হাচেন আলীৰপুত্ৰ এইজন সমৰ আলীক শুক্ৰবাৰে মৰিগাঁও তিনি নং বিদেশী ন্যায়াধিকৰণে ৰায় প্ৰদান বাংলাদেশী বুলি ।উল্লেখযোগ্য যে বিগত দুবছৰ ধৰি মৰিগাঁও তিনি নং বিদেশী ন্যায়াধিকৰণ ত চলি থকা গোচৰৰ বিপৰীতে ধৃত বাংলাদেশটোৱে প্ৰত্যায়িত নথি পত্ৰ যোগান ধৰিব নোৱাৰা বাবেই বিদেশী ন্যায়াধিকৰণে এক ৰায়যোগে অবৈধ বিদেশী বুলি ঘোষণা কৰাৰ পাছতে মৰিগাঁও সীমান্ত আৰক্ষীয়ে আটক কৰি তেজপুৰৰ ডিটেনেচন কেম্পলৈ প্ৰেৰণৰ দিহা কৰে।byte-samar aliConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.