ETV Bharat / state

মৰিগাঁৱত অঘটন, মৃত্য়ু এজনৰ

author img

By

Published : Jul 25, 2020, 12:45 AM IST

শুকুৰবাৰে জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত মনহা শান্তিপুৰৰ নিবাসী জীতেন কোঁৱৰ (70) নামৰ এজন বৃদ্ধ লোকে মাছ মাৰিবলৈ গৈ মৃত্যুক সাৱতিবলগীয়া হয় ৷

one man dead at Morigaon
one man dead at Morigaon

মৰিগাঁও, 24 জুলাই : মৰিগাঁৱত মাছ মাৰিবলৈ গৈ মৃত্যু এজন লোকৰ । ঘটনাৰ বিৱৰণী মতে, শুকুৰবাৰে জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত মনহা শান্তিপুৰৰ নিবাসী জীতেন কোঁৱৰ (70) নামৰ এজন বৃদ্ধ লোকে মাছ মাৰিবলৈ গৈ হঠাতে দ পানীত পৰি ডুব যায় ।

পিচত গাঁৱৰ ৰাইজে জীতেন কোঁৱৰৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ঘটনাস্থলীত জাগীৰোড আৰক্ষী উপস্থিত হৈ জীতেন কোঁৱৰৰ মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰে ৷ এই মৰ্মান্তিক ঘটনাটোৱে মনহা শান্তিপুৰ গাঁৱখনত এতিয়া শোকৰ ছাঁ পেলাইছে ৷

লগতে চাওক-ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 93 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.