ETV Bharat / state

মৈৰাবাৰীত ৰাইজৰ দলৰ প্ৰথমটো কাৰ্যালয় মুকলি

আলিটেঙনী অঞ্চলৰ বিশিষ্ট লোকসকলৰ লগতে হাজাৰ হাজাৰ লোকৰ উপস্থিতিয়ে ধিং সমষ্টিত যেন আজি ৰাজনৈতিক পট পৰিৱৰ্তনৰহে ইংগিত দিলে ৷ আমিনুল ইছলামৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই মেহবুব মুক্তাৰৰ কাৰ্যালয় মুকলি অনুষ্ঠানত ভাগ লৈ এআইইউডিএফ কৰ্মীয়ে ৰাইজৰ দল জিন্দাবাদ ধ্বনিৰে মুখৰিত কৰে মৈৰাবাৰী বজাৰৰ প্ৰাংগণ ।

author img

By

Published : Mar 13, 2021, 9:28 PM IST

OFFICE OF RAIJOR DAL OPENING AT DHING
মৈৰাবাৰীত ৰাইজৰ দলৰ প্ৰথমটো কাৰ্যালয় মুকলি

মৈৰাবাৰী,১৩ মাৰ্চ: ধিং সমষ্টিৰ মৈৰাবাৰীত শনিবাৰে ৰাইজৰ দলৰ প্ৰথমটো কাৰ্যালয়টো মুকলি কৰা হয় । ধিং সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে কেইবা সহস্ৰাধিক কৰ্মীৰ জিন্দাবাদ ধ্বনিৰ মাজত কাৰ্যালয়টো মুকলি কৰে ৷ কাৰ্যালয়টো মুকলি কৰি নিজৰ জনমতক পুনৰ প্ৰতিষ্ঠা কৰে ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে ৷ মৈৰাবাৰীৰ কাৰ্যালয় মুকলি কাৰ্যসূচীত অংশ লয় ধিং, আলিটেঙনী আৰু মৈৰাবাৰী মৌজাৰ কেইবাসহস্ৰাধিক লোকে ।

অনুষ্ঠানত আলিটেঙনী মৌজাৰ প্ৰায় সহস্ৰাধিক এআইইউডিএফ কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে । অঞ্চলৰ বিশিষ্ট লোকসকলৰ লগতে হাজাৰ হাজাৰ লোকৰ উপস্থিতিয়ে ধিং সমষ্টিত যেন আজি ৰাজনৈতিক পট পৰিৱৰ্তনৰহে ইংগিত দিলে ৷ আমিনুল ইছলামৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই মেহবুব মুক্তাৰৰ কাৰ্যালয় মুকলি অনুষ্ঠানত ভাগ লৈ এআইইউডিএফ কৰ্মীয়ে ৰাইজৰ দল জিন্দাবাদ ধ্বনিৰে মুখৰিত কৰে মৈৰাবাৰী বজাৰৰ প্ৰাংগণ ।

লগতে পঢ়ক: বিবাহথলীত ৰক্তদান...কিন্তু কিয় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.