ETV Bharat / state

মৰিগাৱঁত বানত নষ্ট হ'ল এন আৰ চি নথি পত্ৰ

বানত বিনষ্ট হ'ল বহু পৰিয়ালৰ এন আৰ চিৰ নথি পত্ৰ ৷ বন্যাৰ্তৰ মাজত হাহাকাৰ৷

http://10.10.50.80:6060///finalout3/assam-nle/finalout/16-July-2019/3857789_final.mp4
author img

By

Published : Jul 16, 2019, 11:17 PM IST

মৰিগাওঁ,16 জুলাই: বছৰৰ প্ৰথমটো বানে ৰাজ্যজুৰি সৃষ্টি কৰিছে বিভীষিকা ৷ মৰিগাৱঁৰ টেঙাগুৰি কছাৰী গাওঁ অঞ্চলৰ হেজাৰ হেজাৰ জনসাধাৰণৰ মাজত সৃষ্টি কৰা বিভীষিকা অব্যাহত আছে। ইতিমধ্যে বানপানীয়ে মানুহৰ ঘৰ দুৱাৰ উঠাই নিয়াৰ লগতে টেঙাগুৰি অঞ্চলৰ বহু পৰিয়ালৰ এন আৰ চিৰ যাৱতীয় নথি পত্ৰ সমূহ উঠাই নিয়ে। আব্দুল ৰফ নামৰ পৰিয়ালৰ এন আৰ চিৰ সকলো উঠাই নিয়াৰ ফলত পৰিয়ালটোৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। সমান্তৰালভাৱে হাতীলৰুৱা পথাৰ গাঁৱৰ ১৫ বছৰীয়া কিশোৰী এগৰাকীক মূমূৰ্ষ অৱস্থাত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে।

Intro:বানপানীত বিনষ্ট হল বহু পৰিয়ালৰ এন আৰ চিৰ নথি পএ ।বন্যাৰ্তৰ হাহাকাৰBody:বছৰৰ এই প্ৰথমটো বান পানীৰত টেঙাগুৰি কছাৰী গাৱ অঞ্চলৰ হেজাৰ হেজাৰ জনসাধাৰণৰ মাজত সৃষ্টি কৰা বিভিষীকা অব্যাহত আছে। ইতিমধ্যে বানপানীয়ে মানুহৰ ঘৰ দুৱাৰ উঠাই নিয়াৰ লগতে টেঙাগুৰি অঞ্চলৰ বহু পৰিয়ালৰ এন আৰ চিৰ যাবতীয় নথি পত্ৰ সমূহ উঠাই নিয়ে। আব্দুল ৰফ নামৰ পৰিয়ালৰ এন আৰ চিৰ সকলো উঠাই নিয়াৰ ফলত পৰিয়ালটোৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। সমান্তৰালভাৱে হাতীলৰুৱা পথাৰ গাঁৱৰ ১৫ বছৰীয়া কিশোৰী এগৰাকীক মূমূৰ্ষ অৱস্থাত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.