- মৰিগাঁৱৰ বৰঙাবাৰীত সংঘটিত হৈছে এক কৰুণ ঘটনা
- গা ধুবলৈ গৈ পুখুৰীত পৰি ছাত্ৰৰ সলিল সমাধি
- ছাত্ৰজনৰ নাম ধীৰাজ বৰা বুলি জানিব পৰা গৈছে
- মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল ধীৰাজ
- ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ধীৰাজৰ মৃতদেহ
মৰিগাঁৱত ছাত্ৰৰ সলিল সমাধি
গা ধুবলৈ গৈ পুখুৰীত পৰি ছাত্ৰৰ সলিল সমাধি
মৰিগাঁৱত ছাত্ৰৰ সলিল সমাধি
- মৰিগাঁৱৰ বৰঙাবাৰীত সংঘটিত হৈছে এক কৰুণ ঘটনা
- গা ধুবলৈ গৈ পুখুৰীত পৰি ছাত্ৰৰ সলিল সমাধি
- ছাত্ৰজনৰ নাম ধীৰাজ বৰা বুলি জানিব পৰা গৈছে
- মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল ধীৰাজ
- ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ধীৰাজৰ মৃতদেহ
Intro:মৰিগাঁৱত ছাত্ৰ সলিল সমাধি ।দুপৰীয়া সমনীয়াৰ সৈতে গাঁৱৰ ওচৰৰ পুখুৰীত গা ধুবলৈ গৈ সাবতি ল'লে অকাল মৃত্যুক। মৃত ছাত্ৰ জন দশম শ্ৰেণীৰ ছাত্ৰ ।নাম ধীৰাজ বৰা।Body:গা ধুবলৈ গৈ পুখুৰীত পৰি মৃত্যু মৰিগাঁৱৰ মেধাবী ছাত্ৰৰ ৷ মৰিগাঁৱৰ বৰঙাবাৰীত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা ৷ ধীৰাজ বৰা নামৰ মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰজনে আজি গাঁৱৰ কাষৰে এটা পুখুৰীত লগৰীয়াৰ সৈতে গা ধুবলৈ আহে ৷ কিন্ত গা ধুই থকা অৱস্থাতে ধীৰাজ পানীত ডুব যোৱাত লগৰীয়া কেইজনে চিঞৰ বাখৰ কৰাত ওচৰৰ ৰাইজ আহি ধীৰাজক পানীৰ পৰা উদ্ধাৰ কৰে যদিও ইতিমধ্যে ছাত্ৰজনে মৃত্যুবৰণ কৰে ৷ সমগ্ৰ ঘটনাটোৱে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে ৷
Shot :
Byte: Conclusion:Ratuldeka etv Bharat morigaon
Shot :
Byte: Conclusion:Ratuldeka etv Bharat morigaon