ETV Bharat / state

মৰিগাঁও ডকাইতি কাণ্ডৰ আঁৰৰ ৰহস্য

author img

By

Published : Jan 24, 2020, 3:22 PM IST

Updated : Jan 24, 2020, 3:28 PM IST

মৰিগাঁও ডকাইতি কাণ্ডৰ নতুন মোৰ ৷ প্ৰকৃততে ঘটনাটো ডকাইতি কাণ্ড নাছিলেই বুলি সন্দেহ প্ৰকাশ  ৷ ক’লা টকাৰ ব্যৱসায়ৰ পৰিণতিতেই ডকাইতি কাণ্ডৰ ৰূপ দিয়া বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ ৷

Morigaon six robber arrested
মৰিগাঁও ডকাইতি কাণ্ডৰ হ’লগৈ ব্যৱসায়িক সংঘাত

মৰিগাঁও, 24 জানুৱাৰীঃ বুধবাৰে মৰিগাঁৱত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ ন-ন তথ্য পোহৰলৈ আহিছে ৷ প্ৰকৃততে ঘটনাটো ডকাইতি কাণ্ড নাছিলেই বুলি সন্দেহ প্ৰকাশ ৷ ক’লা টকাৰ ব্যৱসায়ৰ পৰিণতিতেই ডকাইতি কাণ্ডৰ ৰূপ দিয়া বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ ৷ ইতিমধ্যেই গ্ৰেপ্তাৰ আঠজনকৈ লোকক ৷ এই ক’লা টকাৰ ব্যৱসায়ৰ বাবেই ঘটনাটোক ডকাইতি কাণ্ডলৈ পৰিণত কৰালে বুলি সন্দেহ ধৃত শহুৰ নুৰ মহম্মদ আৰু ইয়াৰুফ হুছেইনে ৷ এই ঘটনাক গুৰুত্ব সহকাৰে লৈ স্বয়ং মৰিগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই নেতৃত্ব দিছিল এই অভিযানত।

উল্লেখ্য যে, মৰিগাঁৱৰ 12 লাখ টকাৰ ডকাইতি কাণ্ডৰ পৰা গুৱাহাটীৰ ন-মাইলৰ পৰা গ্ৰেপ্তাৰ তিনিগৰাকী চিআৰপিএফৰ জোৱানক ৷ মিন্টু কুমাৰ, আছিফ নাবাজ আৰু জিয়াৰুল ৰহমান নামৰ তিনি চিআৰপিএফ জোৱানক গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৰক্ষীয়ে । ইয়াৰে এজন বিষয়া বৰ্তমানেও পলাতক ৷ ডকাইতিৰ ৰূপ দিয়া নুৰ মহম্মদ আৰু ইয়াৰুফ হুছেইনে 12 লাখ টকা ডকাইতি হোৱা বুলি গোচৰ দি আৰক্ষীক বিপথে পৰিচালিত কৰিছিল বুলি প্ৰকাশ দুই ধৃত ব্যক্তিৰ ৷ নিশা আৰক্ষীযে 3 লাখ টকা অভিযোগকাৰীৰ ঘৰৰ পৰা উদ্ধাৰ কৰে । আনহাতে ডকাইতিৰ অভিযোগ দিয়া নুৰ মহম্মদ আৰু ইয়াৰুফ হুছেইনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ আনহাতে ব্যৱসায়িক সংঘাতৰ ফলতেই জেহেৰুল হক, চাইদুল ইছলাম, চাৰুক আলম চৌধাৰীহঁতে এইবোৰ কামত চিআৰপিএফৰ জোৱান কেইজনক ব্যৱহাৰ কৰে বুলি উল্লেখ কৰে ৷ ইয়াৰ পূৰ্বে যোৰাবাটৰ ডকাইতি ঘটনাৰ লগত চিআৰপিএফৰ জোৱানকেইজন জড়িত আছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে । উল্লেখ্য যে, অপৰাধী জেহেৰুল হক প্ৰাক্তন যুৱ কংগ্ৰেছ সভাপতি বট্ৰদৱা সমষ্টিৰ । আনহাতে টকা বনোৱা কেমিকেল ক্ৰয় কৰি কোটি টকা লাভ কৰা ব্যৱসায়িক লেনদেনৰ বাবে এই ঘটনাক ডকাইতি ৰূপ দিয়া বুলি অভিযোগ ধৃত ঠিকাদাৰ শহুৰ-জোৱাইকে ।

আৰু পঢ়কঃবিজেপিৰ মুখপাত্ৰ মমিনুল আওৱালৰ বিৰুদ্ধে ধিং আৰু মৈৰাবাৰী থানাত এজাহাৰ

Intro:মৰিগাঁৱৰ ১২লাখ টডকাইতিৰ নতুন মোৰ। সন্দেহ কৰা মতেই এই ডকাইতি নাছিল ।ক'লা টকাৰ ব্যৱসায়ত সংঘাটৰ পৰিণতি ডকাইতিৰ ৰূপ দিলে ধৃত শহুৰ জোৱাই নুৰ মহম্মদ আৰু ইয়াৰুফ হোছেইনে। আঠজনক গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষী । এই ঘটনাক গুৰুত্ব সহকাৰে লৈ স্বয়ং মৰিগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই নেতৃত্ব দিছিল এই অভিযানত। Body:মৰিগাঁও ১২ লাখ টকাৰ ডকাইতি কাণ্ড নতুন মোৰ। আঠজনক গ্ৰেপ্তাৰ ।ইয়াৰে গুৱাহাটীৰ ন মাইলৰ তিনিজন crpf জোৱান । এজন বিষয়া পলাতক। -মিন্টু কুমাৰ ,আছিফ নাবাজ, আৰু জিয়াৰুল ৰহমান নামৰ তিনি crpf আৰক্ষী জোৱানে নিশা মৰিগাঁও আৰক্ষীৰ গ্ৰেপ্তাৰ । সন্দেহ কৰা মতেই
এইয়া ডকাইতি নাছিল। কলা টকা বগা কৰাক লৈ হোৱা সংঘাতক ডকাইতি ৰূপ।bytes:1SP

ডকাইতিৰ ৰূপ দিয়া নুৰ মহম্মদ আৰু ইয়াৰুফ হুছেইনে 12 লাখ টকা ডকাইতি হোৱা বুলি গোচৰ দি আৰক্ষীক বিপথে পৰিচালিত কৰিছিল । ধৃত কলা টকা বেপাৰী দুটাই স্বীকাৰ কৰা মতে টকা আছিল 5 লাখ।bytes:2sp

নিশা আৰক্ষীযে 3 লাখ টকা অভিযোগ কাৰীৰ ঘৰৰ পৰা উদ্ধাৰ কৰে।
ডকাইতিৰ অভিযোগ দিয়া নুৰ মহম্মদ আৰু ইয়াৰুফ হুছেইনক গ্ৰেপ্তাৰ কৰে।আনহাতে
CRPF জোৱান (blue takesuit wearing) কেইজন অভিযোগ কৰি বিপৰীত পক্ষৰ লগত জড়িত ।bytes:sp3
ব্যৱসায়িক সংঘাট হলে জেহেৰুল হক,চাইদুল ইছলাম চাৰুক আলম চৌধাৰীহঁতে এইবোৰ কামত ব্যৱহাৰ কৰে। ইয়াৰ পূৰ্বে যোৰাবাটৰ ডকাইতি ঘটনাত জড়িত crpf জোৱান কেইজন।
অপৰাধী জেহেৰুল হক প্ৰাক্তন যুৱ কংগ্ৰেছ সভাপতি বট্ৰদবা সমষ্টিৰ।
টকা বনোৱা কেমিকেল কিনি কোটি টকা লাভ কৰা ব্যৱসায়িক লেনদেনৰ বাবে এই ঘটনাক ডকাইতি ৰূপ ধৃত ঠিকাদাৰ শহুৰ-জোৱাইকে । bytes-3.sp.morigaon
Bytes:4.black businessmenConclusion:Ratuldeka etv Bharat morigaon
Last Updated : Jan 24, 2020, 3:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.