ETV Bharat / state

মৰিগাঁৱত জ্ঞান বিজ্ঞান মেলা

মেথচ চিটি,চন্দ্ৰ যান,দূৰবীক্ষণ,অনুবীক্ষণ,সৌৰশক্তি,মিছাইল, বানপানীৰ উমান দিব পৰা যন্ত্ৰকে আদি কৰি বিভিন্ন যন্ত্ৰৰ আৰ্হি প্ৰদৰ্শন কৰে ছাত্ৰ ছাত্ৰীসকলে ৷

মৰিগাঁৱত জ্ঞান বিজ্ঞান মেলা
author img

By

Published : Sep 4, 2019, 2:37 PM IST

মৰিগাঁও,4 চেপ্তেম্বৰঃ মৰিগাঁৱত মঙলবাৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় জ্ঞান বিজ্ঞান মেলা । শংকৰদেৱ বিদ্যা নিকেতনৰ মৰিগাঁও সংকুলৰ উদ্যোগত ১৩খন বিদ্যা নিকেতনৰ ২০০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শন কৰে এই বিজ্ঞান মেলাত।

মৰিগাঁৱত জ্ঞান বিজ্ঞান মেলা

মূলত শিশু,বালক আৰু কিশোৰ শাখাৰ আৰ্হি প্ৰদৰ্শনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান মানসিকতাৰ ভাৱ বৃদ্ধি কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হয় এই বিজ্ঞান মেলা। উল্লেখযোগ্য যে এই প্ৰদৰ্শনীত স্থানপ্ৰাপ্ত সকলে জিলা পৰ্যায়ত আৰু জিলা পৰ্যায়ত নিৰ্বাচিত হোৱা সকলে ক্ৰমে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অংশ গ্ৰহণ কৰাৰ বাবে সুবিধা পাব বুলি প্ৰকাশ কৰে বিদ্যালয় কৰ্তৃপক্ষই। জিলাখনৰ কেবাখনো শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত এই বিজ্ঞান বিষয়ৰ প্ৰদৰ্শনীত আৰ্হি প্ৰদৰ্শন কৰে ছাত্ৰ ছাত্ৰীসকলে। ছাত্ৰ-ছাত্ৰীসকলে মেথচ চিটি,চন্দ্ৰ যান,দূৰবীক্ষণ,অনুবীক্ষণ,সৌৰশক্তি,মিছাইল, বানপানীৰ উমান দিব পৰা যন্ত্ৰকে আদি কৰি বিভিন্ন যন্ত্ৰৰ আৰ্হি উদ্ভাৱন কৰি ইয়াৰ কৰ্ম আৰু শৈলীৰ বিষয়ে বিশ্লেষণ আগবঢ়ায় ৷

Intro:মৰিগাঁৱত ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত জ্ঞান বিজ্ঞান মেলা । শংকৰদেৱ বিদ্যানিকেতনৰ মৰিগাঁও সংকুলৰ উদ্যোগত ১৩খন বিদ্যানিকেতনৰ ২০০ প্ৰতিযোগী ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিজ্ঞানৰ আৰ্হি প্ৰস্তুত কৰে এই মেলাত।Body:মৰিগাঁও শংকৰদেৱ বিদ্যানিকেতনৰ মৰিগাঁও সংকুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত ২০১৯ বৰ্ষৰ জ্ঞান বিজ্ঞান মেলা । মৰিগাঁৱৰ মানিপুৰ শংকৰদেৱ বিদ্যানিকেতনৰ প্ৰাংগণত অনুষ্ঠিত এই জ্ঞান বিজ্ঞান মেলাত মৰিগাঁও সংকুলৰ ১৩ খন নিকেতনৰ ২০০ প্ৰতিযোগী ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে । মূলত শিশু, বালক আৰু কিশোৰ শাখাৰ আৰ্হি প্ৰদৰ্শন জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান মানসিকতা ভাব বৃদ্ধি কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হৈছে এই মেলা।। উল্লেখযোগ্য যে এই প্ৰদৰ্শনীত স্হানপ্ৰাপ্ত সকলে জিলা পৰ্যায়ত আৰু জিলা পৰ্যায়ত নিৰ্বাচিত হোৱা সকলে ক্ৰমে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অংশ গ্ৰহণ কৰাৰ বাবে সুবিধা পাব বুলি অৱগত কৰে আচাৰ্য সকলে।byte: teacher's ।
জিলাখনৰ বিভিন্ন শংকৰদেৱ বিদ্যানিকেতনৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত এই বৈজ্ঞানিক আবিষ্কাৰ বিভিন্ন বিষয়ৰ সংস্কৰণ প্ৰদৰ্শন কৰে ছাত্ৰ ছাত্ৰীসকলে। বিদ্যালয়খনৰ প্ৰাংগণত অনুষ্ঠিত এই বিজ্ঞান প্ৰদৰ্শনীত
মেথচ চিটি, চন্দ্ৰ যান,দূৰবীক্ষণ, অনুবীক্ষন,সৌৰশক্তি,বোৰৰ আগজাননী, মিছাইল, বানপানী উমান দিব পৰা যন্ত্ৰকে আদি কৰি বিভিন্ন যন্ত্ৰ উদ্ভাৱন কৰি ইয়াৰ কৰ্ম আৰু শৈলীৰ বিষয়ে বিশ্লেষণ আগবঢ়ায় ।bytes: studentsConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.