ETV Bharat / state

শংকৰদেৱ সংঘৰ বাতৰি সম্পৰ্কত প্ৰতিক্ৰিয়া সম্পাদক বাবুল বৰাৰ

author img

By

Published : Jun 18, 2019, 8:13 PM IST

বিগত বহু সময় ধৰি ৰাজ্যৰ সংবাদ মাধ্যমত শংকৰদেৱ সংঘৰ ওপৰত প্ৰকাশিত বাতৰিক অভিসন্ধিমূলক আখ্যা দি প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰধান সম্পাদক বাবুল বৰাৰ ৷

শংকৰদেৱ সংঘৰ বাতৰি সম্পৰ্কত প্ৰতিক্ৰিয়া সম্পাদক বাবুল বৰাৰ

মৰিগাঁও,18 জুনঃ বিগত কিছুদিন ধৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আভ্যন্তৰীণ বিষয়ৰ ওপৰত অভিসন্ধি মূলকভাৱে কেতবোৰ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈ থকাৰ পাচতেই প্ৰতিক্ৰিয়া সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ । মঙলবাৰে মৰিগাঁৱত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত সংঘৰ হৈ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰি ক’লে ঘটনাৰ কালক্ৰম বিলাক চালেই ইয়াৰ আঁৰত যে এক অভিসন্ধি লুকাই আছে সেইটো গম পোৱা যায় । আনহাতে সংশ্লিষ্ট সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত ভুল নাযাবলৈ আৰু সংবাদ মাধ্যমকো তেনে ভিত্তিহীন সংবাদ পৰিৱেশন কৰাৰ পৰা বিৰত থাকিবলৈ আহবান জনায় প্ৰধান সম্পাদক বাবুল বৰাই ।

slug-as-mrg-18thjune-Sreemanta Sankardev Sangha-804-vis-byte-as10005

Anchorintr:বিগত কিছুদিন ধৰি  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আভ্যন্তৰীণ বিষয়ৰ ওপৰত এক অভিসন্ধি মূলকভাৱে কেতবোৰ সংবাদ মাধ্যমৰ বাতৰিত প্ৰতিক্ৰিয়া সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ। মঙলবাৰে মৰিগাঁৱত কি ক'লে এই বিষয়ে জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন।

V0: কিছুদিন ধৰি ৰাজ্যৰ একাংশ বৈদ্যুতিন আৰু প্ৰিন্ট মিডিয়াত  একপক্ষীয়ভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ বাবে একে খিনি কথাকেই প্ৰকাশ কৰিছে।-এই মন্তব্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ ।মঙলবাৰে মৰিগাঁৱত সংবাদ মাধ্যমৰ প্ৰকাশিত বাতৰিত সংঘৰ হৈ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰি কলে ঘটনাৰ কালক্ৰম বিলাক চালেই ইয়াৰ আঁৰত যে এক অভিসন্ধি লুকাই আছে সেইটো গম পোৱাৰ যায় ।আনহাতে   সংশ্লিষ্ট সংবাদ মাধ্যমৰ প্ৰকাশিত বাতৰিত ভুল নাযাবলৈ আৰু সংবাদ মাধ্যমকো তেনে বোৰ ভিত্তিহীন সংবাদ পৰিবেশন কৰাৰ পৰা বিৰত থাকিবলৈ  সানুনয়ে সকলোটিলৈ আহবান জনাই প্ৰধান সম্পাদক বাবুল বৰাই।
Bytes:1,2,3,

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.