মৰিগাঁও,2জুলাই: মৰিগাঁৱৰ টেঙাগুৰি-অগ্নি নিৰ্বাপক বাহিনী সংযোগী পথৰ দুৰৱস্থা ৷ এজাক বৰষুণতেই পথটোত সৃষ্টি হোৱা দ-গাঁতৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে ৷ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক পথটোৰ মেৰামতিৰ বাবে অঞ্চলবাসীয়ে জনায় আহিছে ৷ কিন্তু চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত অঞ্চলবাসীয়ে নিজেই পথটো মেৰামতিৰ বাবে ওলাই আহে ৷
মৰিগাঁৱত পথৰ দুৰৱস্থা - চৰকাৰ
মৰিগাঁৱৰ টেঙাগুৰি-অগ্নি নিৰ্বাপক বাহিনী সংযোগী পথটোৰ দুৰৱস্থাৰ বাবে মৰিগাঁওবাসীয়ে পথটো নিজেই মেৰামতি কৰিলে
মৰিগাঁৱত পথৰ দুৰৱস্থা
মৰিগাঁও,2জুলাই: মৰিগাঁৱৰ টেঙাগুৰি-অগ্নি নিৰ্বাপক বাহিনী সংযোগী পথৰ দুৰৱস্থা ৷ এজাক বৰষুণতেই পথটোত সৃষ্টি হোৱা দ-গাঁতৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে ৷ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক পথটোৰ মেৰামতিৰ বাবে অঞ্চলবাসীয়ে জনায় আহিছে ৷ কিন্তু চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত অঞ্চলবাসীয়ে নিজেই পথটো মেৰামতিৰ বাবে ওলাই আহে ৷
Intro:মৰিগাঁৱত ৰাইজ নামিল পথ উন্নয়নত। Body:মৰিগাঁৱত উন্নত যাতায়ত ব্যবস্থাৰ নামত হাৰাশাস্তি জনতাৰ । ইয়াৰ উদাহৰণ মৰিগাঁও চহৰৰ পৰা দুই কিলোমিটাৰ নিলগৰ টেঙাগুৰি -মৰিগাঁও অগ্নি নিৰ্বাপক বাহিনী সংযোগী পথটো। টেঙাগুৰিৰ গাওঁ বাসীৰ অভিযোগ পথটো খাৰলি মাহত চলাচল কৰিবলৈ দিয়া ইটাভাটাৰ মাটিকঢ়িওৱা গাড়ীৰে দ দ গাতৰ সৃষ্টি কৰাত বাৰিষাৰ এজাক বৰষুণে চাইকেল মটৰ চাইকেল চলাব নোৱাৰা হয় ।ফলত ছাত্ৰ ছাত্ৰীৰ পৰা ব্যৱসায়ী কৰাত ভীষণ সমস্যমা সৃষ্টি ।মৰিগাঁও চহৰৰ সমীপবৰ্ত্তী দুই কিলোমিটাৰ নিলগৰ যাব নোৱাৰে এম্বুলেঞ্চ । এই পথ ছোৱা স্হানীয় নিকায় নিগমে উন্নয়ন কৰাটো দূৰৰ কথা এটা বিভাগে আনবিভাগকক দ্বায়িত্ব ঠেলি দিয়াৰ বাবে আজিও উন্নয়ন নহল এই পথছোৱা ।ফলতে ৰাইজে ঠেলাই দি এটা গুৰি কঢ়িয়াই গাতবোৰত ছতিয়াইছে । আৰু গাঁও খনৰ একমাত্ৰ টেক্টৰ খনকে ৰোলাৰৰূপে পথসমান কৰাত ব্যস্ত হৈ পৰিছে ।
Conclusion:Byte:publics 2
Ratuldeka etv Bharat morigaon.
Conclusion:Byte:publics 2
Ratuldeka etv Bharat morigaon.