মৰিগাঁও, 30 আগষ্টঃ মৰিগাঁৱত ৰহস্যজনক পথ দুৰ্ঘটনা ৷ বুধবাৰে মৰিগাঁও জিলা ভূৰবন্ধাৰ অন্তৰ্গত থানাগড়াত ইব্ৰাহিম আলি এজন যুৱক বাইক দুৰ্ঘটনাত মৃত্যু হয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় যান-বাহন আৰক্ষী ৷ স্থানীয়লোকে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসাললৈ প্ৰেৰণ কৰে ৷ অতি ৰহস্যজনক বিষয় যে, দুৰ্ঘটনাত মৃত্যু হোৱা যুৱক জনৰ শৰীৰত কোন আঘাতৰ চিন পৰিলক্ষিত হোৱা নাই৷
মৰিগাঁৱত ৰহস্যজনক পথ দুৰ্ঘটনা
মৰিগাঁৱত ৰহস্যজনক পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত নিহত ইব্ৰাহিম আলি নামৰ যুৱকজন ৷
মৰিগাঁৱত ৰহস্যজনক পথদূৰ্ঘটনা
মৰিগাঁও, 30 আগষ্টঃ মৰিগাঁৱত ৰহস্যজনক পথ দুৰ্ঘটনা ৷ বুধবাৰে মৰিগাঁও জিলা ভূৰবন্ধাৰ অন্তৰ্গত থানাগড়াত ইব্ৰাহিম আলি এজন যুৱক বাইক দুৰ্ঘটনাত মৃত্যু হয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় যান-বাহন আৰক্ষী ৷ স্থানীয়লোকে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসাললৈ প্ৰেৰণ কৰে ৷ অতি ৰহস্যজনক বিষয় যে, দুৰ্ঘটনাত মৃত্যু হোৱা যুৱক জনৰ শৰীৰত কোন আঘাতৰ চিন পৰিলক্ষিত হোৱা নাই৷
Intro:মৰিগাঁৱত ৰহস্যজনক পথদূৰ্ঘটনা। এজনৰ মৃত্যু ।পৰিয়ালৰ দাবী এইয়া দূৰ্ঘটনা নহয় ।পৰিকল্পিত হত্যাকাণ্ড ।Body:মৰিগাঁও জিলাৰ ভূৰবন্ধা থানাগড়াত বাইক দুৰ্ঘটনাত এজন মৃত্যু।পৰিয়ালৰ সন্দেহ এইয়া পৰিকল্পিত হত্যা কাণ্ড।
যোৱা ২৮ আগষ্ট বুধবাৰে মৰিগাঁও জিলা ভূৰবন্ধাৰ অন্তৰ্গত থানাগড়াত সেই অঞ্চলৰে চৰবড়ি নিগমৰ ইব্ৰাহিম আলি নামৰ যুৱক জন বাইক দুৰ্ঘটনাত মৃত্যু হয়।পৰবৰ্ত্তী সময়ত সময়ত যান-বাহন আৰক্ষী বিষয়া উপষ্ঠিত হয়৷ ৰাইজে বাইক দুৰ্ঘটনা ফলত মৃত্যু হোৱা যুৱক জনক উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসাললৈ প্ৰেৰন কৰে লগতে অতি ৰহস্য জনক বিষয় যে দুৰ্ঘটনাত মৃত্যু হোৱা যুৱক জনৰ শৰীৰত কোন আঘাতৰ চিন পৰিলক্ষিত হোৱা নাই
আনফালে পৰিয়ালৰ লোকে কোনো পধ্যে মানিব বিছৰা নাই এই ঘটনা।পৰিয়ালৰ লোকৰ সন্দেহ এইয়া পৰিকল্পিত হত্যা কাণ্ড।কোনো লোকে ইব্ৰাহিম আলি নামৰ যুৱক জনক হত্যা কৰি দুৰ্ঘটনা ৰূপ দিয়ে বুলি সন্দেহ কৰি আইনৰ ওচৰ ছাপে।এই ক্ষেত্ৰত পৰিয়ালৰ লোকে কি কয় শুনক।byte... famaly member.Conclusion:Ratuldeka etv Bharat morigaon