ETV Bharat / state

মৰিগাঁৱত পথ দুৰ্ঘটনা,নিহত এজন

author img

By

Published : Aug 21, 2019, 1:19 PM IST

মৰিগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা। অচিনাকী ট্ৰেভেলাৰে প্ৰাণকাঢ়িলে বিকাশ দাস নামৰ এজনৰ।

মৰিগাঁৱত পথ দুৰ্ঘটনা,নিহত এজন

মৰিগাঁও, 21 আগষ্টঃ

  • মৰিগাঁৱৰ ধৰমতুলত শোকাৱহ পথ দুৰ্ঘটনা
  • অচিনাকী যাত্ৰীবাহী ট্ৰেভেলাৰে মহতিয়াই নিয়ে বিকাশ দাস নাম লোকজনক
  • মৰিগাঁৱৰ নেলী আৰক্ষী চকী অন্তৰ্গত শান্তি পুৰ মৃদুল দাসৰ পুত্ৰ বিকাশ
    মৰিগাঁৱত পথ দুৰ্ঘটনা,নিহত এজন
  • 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এজন যুৱকৰ সৈতে কথা পাতি আছিল বিকাশে
  • গুৱাহাটীৰ পৰা নগাঁও অভিমুখে গৈ আছিল ট্ৰেভেলাৰখন
  • তীব্ৰ বেগেৰে খুন্দা মাৰি আঁতৰি যায় ট্ৰেভেলাৰখন
  • আহত বিকাশক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় নেলী প্ৰাথমিক চিকিৎসালয়ত
  • চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় আহত বিকাশ দাসৰ

Intro:মৰিগাঁৱত মুম্বাই সন্ত্ৰাস বিৰোধী আৰক্ষীৰ জালত ব্ৰজমোহন দাস নামৰ এজন যুৱক । ব্ৰজমোহন দাসে এই ই মেইল বাৰ্তাৰ যোগে ভাৰতীয় ক্ৰিকেট খেলুৱৈক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল ।Body:Morigaon breaking

মৰিগাঁৱত মুম্বাইৰ সন্ত্ৰাসবাদ বিৰোধী দলৰ অভিযান ।অভিযানত ব্ৰজমোহন দাস নামৰ যুৱক এজনক মুম্বাই সন্ত্ৰাস বিৰোধী তিনিজনীয়া অভিযান কাৰী দলটোৰে অভিযান চলাই মৰিগাঁও জিলা নেলী আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰ গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে।
অভিযোগ অনুসৰি বিবিচি আইলৈ এক ইমেইল যোগে কৈছিল যদিহে ভাৰতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহলে ভাৰতীয় ক্ৰিকেট দলৰ সকলো খেলুৱৈক হত্যা কৰিব। উল্লেখযোগ্য যে এই ইমেইল লাভ কৰাৰ পাছতে তৎপৰ হৈ পৰে মুম্বাই সন্ত্ৰাস বিৰোধী বিশেষ গোটটো।
এই অভিযোগৰ ভিত্তিতে আজি মুম্বাই সন্ত্ৰাস বিৰোধী শাখাটো আহি যুৱকজনক গ্ৰেপ্তাৰ কৰি মৰিগাঁও ন্যায়ালয়ত হাজিৰ কৰে লৈ যায় মুম্বাই লৈ।
ইফালে ধৃত যুৱকৰ মাতৃ তথা পৰিয়ালৰ মতে ব্ৰজমোহন মানসিক ভাৱে ভিকাৰগ্ৰস্ত ।Conclusion:Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.