ETV Bharat / state

মৰিগাঁৱত নকল গঁড়ৰ খড়গ জব্দঃ আটক এজন

author img

By

Published : Jan 5, 2021, 7:08 PM IST

Updated : Jan 5, 2021, 7:38 PM IST

মৰিগাঁৱত নকল গঁড়ৰ খড়গসহ আটক হৈছে এজন নকল গড়ৰ খড়গৰ ব্যৱসায়ী ৷ মৰিগাঁও আৰক্ষীৰ এক অভিযানত জব্দ হৈছে খড়গটো ৷

morigaon-fake-rhinos-horn-siezed
মৰিগাঁৱত নকল গঁড়ৰ খড়গ জব্দঃ আটক এজন

মৰিগাঁও,5 জানুৱাৰী : মৰিগাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত নকল গঁড়ৰ খড়গসহ আটক হৈছে এজন নকল গড়ৰ খড়গৰ ব্যৱসায়ী ৷ আটকাধীন লোকজনৰ নাম বিশ্বজিত দাস। ধৃত বিশ্বজিতৰ ঘৰ জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত ঝাৰগাঁৱত ৷ আনহাতে আটকাধীন লোকজনৰ আন এজন সংগী বুৰাবুৰীৰ চাইফুল ইছলাম পলাতক হৈ আছে ৷

মৰিগাঁৱত নকল গঁড়ৰ খড়গ জব্দঃ আটক এজন

ঘটনা সন্দৰ্ভত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাই সংবাদমেল সম্বোধন কৰি এই দুষ্টচক্ৰৰ লগত 5-6 জনীয়া লোক জড়িত থকাৰ কথা সদৰি কৰে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে পলাতক লোক কেইজনৰ সন্ধানত অভিযান চলি থকা বুলিও জানিবলৈ দিছে ৷

লগতে পঢ়ক : ৰাজস্থানত কাউৰীৰ পাছত এইবাৰ বগলীৰ শৰীৰত বাৰ্ড ফ্লু

Last Updated : Jan 5, 2021, 7:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.