ETV Bharat / state

মহামাৰী কোভিড-19 ক একাষৰীয়া কৰি আহাৰৰ পথাৰত নামিছে খেতিয়াক

আহাৰ মাহৰ ৰদ বৰষুণ আওকাণ কৰি ৰাজ্যৰ পথাৰত ব্যস্ততা বাঢ়িছে খেতিয়াকৰ ৷ ৰোৱনীক কঠিয়া যোগান দিয়াৰ পৰা আৰম্ভ কৰি মাটিডৰাত মৈ দি ভুই ৰোৱাৰ উপযোগী কৰি দিয়ালৈকে বাৰিষাৰ পথাৰত অন্তহীন ব্যস্ততা খেতিয়াকৰ ৷

author img

By

Published : Jun 18, 2020, 10:11 AM IST

morigaon cultivator's story
মহামাৰী কোভিড-19 ক একাষৰীয়া কৰি আহাৰৰ পথাৰত নামিছে খেতিয়াক

মৰিগাঁও, 17 জুন: আহাৰ মাহ, এয়া ভৰপক বাৰিষা আৰম্ভ হোৱাৰ সময় ৷ পথাৰৰ বোকা গচকি নাঙলৰ শিৰলুৱে পলসুৱা মাটিত হাৰ জুৰিছে চহা খেতিয়াকে ৷ আহাৰৰ নেৰা-নেপেৰা বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ মূৰত জাপিটো লৈ হাল জোৰৰ সমান্তৰালকৈ আলিৰ পাৰ কটাত ব্যস্ত একাংশ খেতিয়ক ৷

আহাৰৰ ফিৰফিৰিয়া শীতল বতাহজাকে কঢ়িয়াই অনা কেঁচামাটিৰ সুগন্ধিৰ সমান্তৰালকৈ পথাৰৰ পৰা ভাহি আহিছে খেতিয়কে হালৰ গৰুহালক খেদাৰ সুমধুৰ শব্দ৷

মহামাৰী কোভিড-19 ক একাষৰীয়া কৰি আহাৰৰ পথাৰত নামিছে খেতিয়াক

আহাৰ মাহৰ ৰদ বৰষুণ আওকাণ কৰি ৰাজ্যৰ পথাৰত ব্যস্ততা বাঢ়িছে খেতিয়াকৰ ৷ ৰোৱনীক কঠিয়া যোগান দিয়াৰ পৰা আৰম্ভ কৰি মাটিডৰাত মৈ দি ভুই ৰোৱাৰ উপযোগী কৰি দিয়ালৈকে বাৰিষাৰ পথাৰত অন্তহীন ব্যস্ততা খেতিয়াকৰ ৷

লগতে পঢ়ক : ছত্তীশগড়ৰ এজন ভাৰতীয় সেনা জোৱান শ্বহীদ লাডাখত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.