ETV Bharat / state

মুকলিকৈ চলিছে জুৱাৰ আড্ডাঃ নিৰ্বিকাৰ আৰক্ষী

মৰিগাঁৱত লাখ- লাখ টকাৰ জুৱাৰ আড্ডা ৷ আৰক্ষী প্ৰশাসনৰ এই বেহা বন্ধ কৰাৰ বাবে নাই কোনো ভূমিকা ৷ ইটিভি ভাৰতৰ সাংবাদিকৰ কেমেৰাত বন্দী জুৱাৰ ৰমৰমীয়া বেহাৰ সমগ্ৰ দৃশ্য ৷

author img

By

Published : Jul 13, 2020, 2:10 PM IST

morigaon_bhuragaon_ILLEGAL GAME-
মৰিগাঁৱত জুৱাৰ আড্ডা

মৰিগাঁও,13জুলাই: মৰিগাঁও জিলাৰ ভূৰাগাঁও পৰিণত হৈছে জুৱাৰ ঘাটিলৈ ৷ ভূৰাগাঁও আৰক্ষী থানাৰ কাষতে দিনে-ৰাতিয়ে চলি থাকে লাখ- লাখ টকাৰ জুৱাৰ আড্ডা ৷ কিন্তু আৰক্ষীয়ে এই অবৈধ বেহাক ৰোধ কৰিবলৈ গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ ভূৰাগাঁৱৰ ইব্ৰাহিম আলী আৰু ছাইফুল ইছলামৰ ছত্ৰ-ছায়াতে এইদৰে জুৱাৰ ৰমৰমীয়া বেহা চলাৰ অভিযোগ উত্থাপন হৈছে ৷ ইফালে, ইটিভি ভাৰতৰ সাংবাদিকৰ কেমেৰাত এই জুৱাৰ বেহাৰ সমগ্ৰ দৃশ্য বন্দী হয় ৷ অতিশীঘ্ৰে এই বেহা বন্ধ কৰাৰ বাবে আৰক্ষীক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ দাবী জনাই স্থানীয় ৰাইজে ৷

অন্য এক খবৰৰ বাবে: তীব্ৰবেগী বাহনৰ খুন্দাত আহত পহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.