ETV Bharat / state

মৰিগাঁৱত আলংকাৰিক মাছ ও একুৰিয়ামৰ প্ৰতিপালনৰ সজাগতা সভা তথা প্ৰশিক্ষণ কাৰ্যসূচী - মীনবিভাগ

এই কাৰ্যসূচী উদ্ধোধন কৰে মৰিগাঁৱৰ বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে। উদ্ধোধনী ভাষণত চৰকাৰে ৰূপায়ণ কৰা কেতবোৰ মীন আঁচনিৰ বিষয়ে উল্লেখ কৰি সকলোকে অংশীদাৰ হবলৈ আহ্বান জনাই ।

মৰিগাঁৱত আলংকাৰিক মাছ ও একুৰিয়ামৰ প্ৰতিপালনৰ সজাগতা সভা তথা প্ৰশিক্ষণ কাৰ্যসূচী
author img

By

Published : Jul 8, 2019, 4:24 PM IST

মৰিগাঁও,8 জুলাইঃ সোমাবাৰে মৰিগাঁও জিলা মীন বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত মহিলাসকলৰ বাবে এদিনীয়া মীন সজাগতা সভা লগতে প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হয় । মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচী বিশেষকৈ মহিলা সকলৰ আৰ্থসামাজিক উন্নয়ণৰ দিশত আগবঢ়াই লৈ যোৱাৰ লক্ষ্যৰে আয়োজন কৰা হয় ৷ সাম্প্ৰতিক সময়ত আলংকাৰিক মাছ ও একুৰিয়ামৰ প্ৰতিপালনৰ গুৰুত্ব এই বিষয়ে আলোচনা আগবঢ়ায় সভাখনত।

মৰিগাঁৱত আলংকাৰিক মাছ ও একুৰিয়ামৰ প্ৰতিপালনৰ সজাগতা সভা তথা প্ৰশিক্ষণ কাৰ্যসূচী

এই কাৰ্যসূচী উদ্ধোধন কৰে মৰিগাঁৱৰ বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে। উদ্ধোধনী ভাষণত চৰকাৰে ৰূপায়ণ কৰা কেতবোৰ মীন আঁচনিৰ বিষয়ে উল্লেখ কৰি সকলোকে অংশীদাৰ হবলৈ আহ্বান জনাই । সোমাবাৰৰ এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰি জিলা উপায়ুক্ত ঋতুৰাজ বৰাই কয় যে সকলো কথা ধনাত্মক চিন্তা চৰ্চাৰে কৰা উচিত। ঋণাত্মক চিন্তাই কোনো ব্যক্তিকে সফলতাৰ বাট দেখুৱাব নোৱাৰে।

Intro:মৰিগাঁৱত মহিলা সবলীকৰণৰ অংশ ৰূপে আলংকাৰিক মাছ ও একুৰিয়ামৰ প্ৰতিপালন শীৰ্ষক সজাগতা সভা। সোমাবাৰে এই কাৰ্যসূচী উদ্বোধন কৰে মৰিগাঁৱৰ বিধায়ক তথা অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে।Body:সোমাবাৰে মৰিগাঁও জিলা মীনবিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত এদিনীয়া মহিলা আৰু মীন সজাগতা সভা । মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচী বিশেষকৈ মহিলা সকলৰ আৰ্থসামাজিক উন্নয়ণৰ দিশত আগবঢ়াই লৈ যোৱাৰ লক্ষ্যৰে সাম্প্ৰতিক সময়ত আলংকাৰিক মাছ ও একুৰিয়ামৰ প্ৰতিপালন গুৰুত্ব এই বিষয়ে আলোচনা আগবঢ়ায়। এই কাৰ্যসূচী উদ্ধোধন কৰে মৰিগাঁৱৰ বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে। উদ্ধোধনী ভাষণত চৰকাৰে ৰূপায়ণ কৰা কেতবোৰ মীনআঁচনিৰ বিষয়ে উল্লেখ কৰি সকলোকে অংশীদাৰ হবলৈ আহবান জনাই । সোমাবাৰৰ এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰি জিলা উপায়ুক্ত ঋতু ৰাজ বৰাই কয় যে সকলো কথা ধনাত্মক চিন্তা চৰ্চাৰে কৰা উচিত। ঋনাত্মক চিন্তাই কোনো ব্যক্তিকো সফলতাৰ বাট দেখুৱাব নোৱাৰে ।shot:byte.dcConclusion:এতিয়া প্ৰশ্ন হৈছে এই কৰ্মশালাই মহিলা সকলক কেনেদৰে উপকাৰ সাধন কৰে।

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.