ETV Bharat / state

মৰিগাঁৱত মাছৰ পোনা বিতৰণ

বানত ক্ষতিগ্ৰস্ত হোৱা মীনপালককো চৰকাৰী সাহায়্য প্ৰদানৰ আশ্বাস মীন বিভাগৰ অধ্যক্ষ ৰমাকান্ত দেউৰীৰ ৷

author img

By

Published : Aug 16, 2019, 6:50 PM IST

মৰিগাঁৱত মাছৰ পোনা বিতৰণ
  • মৰিগাঁৱত মাছৰ পোনা বিতৰণ বিধায়ক তথা মীন বিভাগৰ অধ্যক্ষ ৰমাকান্ত দেউৰীৰ
  • অসম চৰকাৰৰ উদ্যোগত মাছৰ পোনা বিতৰণ বিধায়কগৰাকীৰ
  • মৰিগাঁও চৰাইবাহীৰ কেইবাটাও পুখুৰীত মাছৰ পোনা মেলি দিয়ে বিধায়কগৰাকীয়ে
  • তদুপৰি বানত ক্ষতিগ্ৰস্ত হোৱা মীনপালককো চৰকাৰী সাহায্য প্ৰদানৰ আশ্বাস ৰমাকান্ত দেউৰীৰ
  • মীন পালনৰ যোগেদি ৰাজ্যত সেউজ বিপ্লৱৰ সূচনা কৰি নিবনুৱাক সংস্থাপনৰ লক্ষ্য বিধায়ক ৰমাকান্ত দেউৰীৰ

Intro:Body:ৰাজ্যৰ মাছৰ বজাৰ এতিয়া চালানী মাছেৰে ভৰা । মাছৰ বজাৰত যেনিয়ে চাই তেনিয়ে কেৱল বৰফত দিয়া ৰৌ চন্দা আৰিৰ দীঘলীয়া শাৰী । তাৰে এটা কিনি আপুনি মই কেতিয়াবা খাইছো এখাজ উদৰ পুৰাই । চালানী মাছ খাওঁতে খাওঁতে বহুতেই হয়তো লোকেলৰ খোৱাদ পাহৰি গল । কিন্তু এতিয়া পৰা ৰাজ্য বাসীয়ে সহজে সোৱাদ লব পাৰিব লোকেল মাছৰ । কিয়নো ৰাজ্য চৰকাৰৰ উদ্যোগত মৰিগাঁও সমষ্টিৰ বিধায়ক তথা মীন বিভাগৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে সমষ্টিতোত বিতৰণ কৰিছে মাছৰ পুনা । নিবনুৱা সংস্থাপনৰ উত্কৃষ্ট নিদৰ্শন দি দেউৰীয়ে ৰাজ্যৰ লগতে জিলা খনৰ ঠায়ে ঠায়ে আৰম্ভ কৰিছে মীন পালন । শুকুৰবাৰে মৰিগাঁও চৰাইবাহী বিধায়ক গৰাকীয়ে কেইবাটাও পুখুৰীত মেলি দিয়ে মাছৰ পুনা । লগতে এইবেলি বানত ক্ষতিগ্ৰস্ত হোৱা মীন পালক সকলকো চৰকাৰী সাহাৰ্য্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে মীন বিভাগৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে ।
Byte ৰমাকান্ত দেউৰী
উল্লেখযোগ্য যে ৰাজ্যত মীন পালনৰ যোগেদি সেউজ বিপ্লৱৰ সূচনা কৰি নিবনুৱাক সংস্থাপনৰ লক্ষ্য স্থিৰ কৰি লৈছে বিধায়ক ৰমাকান্ত দেউৰীয়ে । আৰু বিধায়ক এনে পদক্ষেপক আকোঁৱালি লৈছে সমষ্টি বাসীয়ে ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.