ETV Bharat / state

মৰিগাঁৱৰ মিকিৰভেটাত পথ দুৰ্ঘটনাঃ নিহত 1

author img

By

Published : Feb 10, 2020, 11:41 PM IST

পালচাৰ বাইক আৰু মালবাহী টেম্পুৰ মাজত মুখামুখি সংঘৰ্ষ । ঘটনাস্থলীতে মৃত্যু হয় অচিনাক্ত বাইক আৰোহী ।

মৰিগাঁৱৰ মিকিৰভেটাত পথ দুৰ্ঘটনা
মৰিগাঁৱৰ মিকিৰভেটাত পথ দুৰ্ঘটনা

মৰিগাঁও, 10 ফেব্ৰুৱাৰী: মৰিগাঁৱৰ মিকিৰভেটাত সোমবাৰে সংঘটিত হয় শোকাবহ পথ দুৰ্ঘটনা । জানিব পৰা মতে, সন্ধিয়া জিলাখনৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত চৰাইবাহীৰ পথৰ মাজত তীব্ৰবেগী টেম্পো আৰু বাইকৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ ৷ মালবাহী টেম্পুৰ খুন্দাত থিতাতে নিহিত হয় বাইক আৰোহী ৷ বাতৰি যুগুতোৱা সময়লৈকৈ চিনাক্ত হোৱা নাই নিহত বাইক আৰোহীগৰাকীৰ নাম আৰু ঠিকনা । টেম্পোখনৰ নম্বৰ AS- 01 FC - 1202 আৰু বাইক খনৰ নম্বৰ AS- 01AP - 0757 ৷

Intro:মৰিগাঁৱত শোকাবহ পথ দুৰ্ঘটনা ।পালচাৰ বাইক আৰু মালবাহী টেম্পুৰ মাজত মুখামুখি সংঘৰ্ষ ।ঘটনাস্হলীতে মৃত্যু হয় অচিনাক্ত বাইক আৰোহী ।ঘটনাস্হলীত স্হানীয় আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।Body:মৰিগাঁৱৰ মিকিৰভেটাত ভয়ংকৰ পথ দূৰ্ঘটনা ৷ঘটনাৰ বিবৰণী মতে সোমাবাৰৰ সন্ধিয়া মৰিগাঁও জিলা মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত অন্তৰ্গত মিকিৰভেটা চৰাইবাহীৰ পথৰ মাজত তীব্ৰবেগী
টেম্পো আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ৷ মালবাহী টেম্পুৰ খুন্দাত থিতাতে নিহিত বাইক আৰোহী ৷
বাতৰি যুগুতোৱা সময়লৈকৈ চিনাক্ত হোৱা নাই নিহত বাইক আৰোহী গৰাকীৰ নাম আৰু ঠিকনা ।
টেম্পোখনৰ নম্বৰ AS = 01 FC - 1202 আৰু বাইক খনৰ নম্বৰ AS- 01AP - 0757 ৷Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.