ETV Bharat / state

মৰিগাঁৱত আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

author img

By

Published : Feb 22, 2021, 7:51 PM IST

মৰিগাঁৱত ক'লা কাপোৰ প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰিলে জিলা ছাত্ৰ সন্থাই । মৰিগাঁৱৰ গান্ধী ভৱনৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে ছাত্ৰ সংগঠনটোৱে ।

মৰিগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আছুৰ

মৰিগাঁও, ২২ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি সোমবাৰে মৰিগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে । আৰক্ষীৰ বাধাকো নেওচি ক'লা কাপোৰ প্ৰদৰ্শন কৰে সংগঠনটোৰ মৰিগাঁও জিলা সমিতিৰ সদস্যসকলে ।

মৰিগাঁৱৰ গান্ধী ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । হাতে হাতে ক'লা কাপোৰ লৈ চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ, বৃহৎ নদীবান্ধ বন্ধ কৰা, বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশমৰ্মে এই কাৰ্যসূচী ৰূপায়ণ কৰে মৰিগাঁও জিলা ছাত্র সন্থাই ।

ছাত্ৰ সংগঠনটোৰ প্ৰতিবাদত আৰক্ষীৰ বাধা প্ৰদান কৰে ।

লগতে পঢ়ক:নগাঁও পৰিবহন বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.