ETV Bharat / state

মৰিগাঁৱত জব্দ ১লাখ ২০ হাজাৰ টকা - অমৰ জ্যোতি মহন্ত

মৰিগাঁৱত ফ্লায়িং স্কোৱাৰ্ডে অভিযান চলাই অমৰ জ্যোতি মহন্ত নামৰ লোক এজনৰ পৰা জব্দ কৰে নগদ ১লাখ ২০ হাজাৰ ৷ ফ্লায়িং স্কোৱাৰ্ড আৰু আৰক্ষীয়ে অভিযান চলাই  নগাঁও- মৰিগাঁৱৰ সংযোগী গড়কাপ্তানী পথৰ কুৰুৱাবাহীত জব্দ কৰে ১লাখ ২০ হাজাৰ টকা । অমৰ জ্যোতি মহন্ত নামৰ লোক এজনে কলিয়াবৰৰ পৰা দলংঘাটলৈ ধনখিনি লৈ আহি থকাৰ সময়তে আৰক্ষী আৰু ফ্লায়িং স্কোৱাৰ্ডে জব্দ কৰে ধনসহ অমৰ জ্যোতি মহন্তক ।

মৰিগাঁৱত জব্দ ১লাখ ২০ হাজাৰ টকা
author img

By

Published : Apr 5, 2019, 8:52 PM IST

মৰিগাঁও, ৫ এপ্ৰিল : ফ্লায়িং স্কোৱাৰ্ডৰ সফলতা । মালিগাঁৱৰ পাচত নগাঁৱত পুনৰ জব্দ কৰা হয় নগদ ধন । ফ্লায়িং স্কোৱাৰ্ড আৰু আৰক্ষীয়ে অভিযান চলাই নগাঁও- মৰিগাঁৱৰ সংযোগী গড়কাপ্তানী পথৰ কুৰুৱাবাহীত জব্দ কৰে ১লাখ ২০ হাজাৰ টকা । অমৰ জ্যোতি মহন্ত নামৰ লোক এজনে কলিয়াবৰৰ পৰা দলংঘাটলৈ ধনখিনি লৈ আহি থকাৰ সময়তে আৰক্ষী আৰু ফ্লায়িং স্কোৱাৰ্ডে জব্দ কৰে ধনসহ অমৰ জ্যোতি মহন্তক ।

উল্লেখযোগ্য যে নিৰ্বাচনৰ সময়চোৱাত কোনোৱে যাতে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিব নোৱাৰে তাৰ বাবে এনেদৰেই অভিযানত নামিছিল ফ্লায়িং স্কোৱাৰ্ডে ।

Intro:BREAKING Body:নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে নগাঁৱৰ জাজৰিত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ ধন । নগাঁও- মৰিগাঁওৰ সংযোগী গড়কাপ্তানী পথৰ কুৰুৱাবাহীত জব্দ ১•২০ লাখ টকা । AS 01 AW 4525 নম্বৰৰ এখন ইণ্ডিক গাড়ীৰ পৰা উদ্ধাৰ ধনখিনী ।অমৰ জ্যোতি মহন্ত নামৰ লোকজনে কলিয়াবৰৰ পৰা দলংঘাটলৈ কঢ়িয়াই আনিছিল টকাখিনী । জাজৰি আৰক্ষী আৰু ফ্লায়িং স্কোৱাৰ্ডে জব্দ কৰিছে টকাখিনী ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.