ETV Bharat / state

মৰিগাঁৱত দুৰ্ধৰ্ষ গাড়ী চোৰ গ্ৰেপ্তাৰ

মৰিগাঁৱৰ মৈৰাবাৰী আৰক্ষীৰ বৃহৎ সাফল্য । দুৰ্ধৰ্ষ গাড়ী চোৰ গ্ৰেপ্তাৰ ৷

মৰিগাঁৱত দুৰ্ধৰ্ষ গাড়ী চোৰ গ্ৰেপ্তাৰ
author img

By

Published : Aug 24, 2019, 11:20 PM IST

মৰিগাঁও,24আগষ্টঃ মৈৰাবাৰী আৰক্ষীৰ জালত পৰিল ৰংৰায় চাপৰিৰ দুৰ্ধৰ্ষ গাড়ী চোৰ নুৰুল ইছলাম । উল্লেখ্য যে ২ আগষ্টত মৈৰাবাৰী এটা টেক্সি ষ্টেণ্ডৰ পৰা AS 02 W8930 নম্বৰৰ মাৰতি জেন গাড়ীখন ভাড়াত নিছিল নুৰুল ইছলাম নামৰ গাড়ী চোৰ টোৱে । কিন্তু কিছু দূৰ যোৱাৰ পাছতে গাড়ী চালক জাকিৰ হুছেইনে গাড়ী ৰাখি নামিছিল সন্ধিয়াৰ নামাজৰ বাবে । সেই সময়তে ভাড়াতীয়া ৰূপি চোৰ টোৱে আৰু এটা চোৰৰ লগ হৈ চালক জনক হত্যা কৰি গাড়ীখন চোৰ কৰাৰ অভিসন্ধি ৰচিছিল । চালক জন ঘূৰি অহাৰ পাছত আনটো চোৰক বন্ধু বুলি পৰিচয় দি নুৰুলে গাড়ী চলাব দিছিল । গাড়ী খন ধিং থানাৰ অন্তৰ্গত মাগুৰমাৰী গাঁৱৰ এটুকুৰা নিৰ্জন ঠাইত নুৰুল ইছলামে আনটো চোৰৰে মিলি চালক জনৰ ডিঙিত ৰচি বান্ধি পাশবিক নিৰ্যাতন চলাই মৃত্যু হোৱা বুলি গাড়ীৰ পৰা পথৰ কাষত পেলাই গাড়ী লৈ উধাও হৈছিল । অৱশ্যে মাগুৰমাৰীবাসীৰ তত্বাবধানত চালকজনক অচেতন অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা পাছত জীৱন ৰক্ষা পৰিছিল চালক জাকিৰৰ ।

মৰিগাঁৱত দুৰ্ধৰ্ষ গাড়ী চোৰ গ্ৰেপ্তাৰ

ইপিনে যোৱা 20 দিনৰ পাছত শুকুৰবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি মৈৰাবাৰী আৰক্ষীয়ে লংকা নখুটিত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৰংৰায় চাপৰিৰ গাড়ীচোৰ নুৰুল ইছলামক ।

Intro:মৰিগাঁৱৰ মৈৰাবাৰী আৰক্ষীৰ বৃহৎ সাফল্য। দুৰ্ধৰ্ষ গাড়ী চোৰ গ্ৰেপ্তাৰBody:মৈৰাবাৰী আৰক্ষীৰ জালত পৰিল ৰংৰায় চাপৰিৰ দুৰ্ধৰ্ষ গাড়ী চোৰ নুৰুল ইছলাম। দীৰ্ঘ দিন ধৰি চোৰ টোৱে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল মৰিগাঁৱত। ২ আগষ্টত মৈৰাবাৰী এটা টেক্সি ষ্টেণ্ডৰ পৰা ভাড়াতীয়াৰ ভাওঁ ধৰি AS 02 W8930 নম্বৰৰ মাৰতি জেন গাড়ী খন ভাড়াত নিছিল নুৰুল ইছলাম নামৰ গাড়ী চোৰ টোৱে । কিন্তু কিছু দুৰ যোৱাৰ পাছতে গাড়ী চালক জাকিৰ হুছেইনে গাড়ী ৰাখি নামিছিল সন্ধ্যাৰ নামাজৰ বাবে। কিন্তু সেই সময়তে ভাড়াতীয়া ৰূপি চোৰ টোৱে আৰু এটা চোৰৰ লগ হৈ চালক জনক হত্যা কৰি গাড়ী খন চোৰ কৰাৰ অভিসন্ধি ৰচিছিল। চালক জন ঘুৰি অহাৰ পাছত আনটো চোৰক বন্ধু বুলি পৰিচয় দি নুৰুলে গাড়ী চলাব দিছিল। গাড়ী খন ধিং থানাৰ অন্তৰ্গত মাথখলা বজাৰ পাৰ হৈ মাগুৰমাৰী গাঁৱৰ এটুকুৰা নিৰ্জন ঠাইত নুৰুল ইছলামে আনটো চোৰৰে মিলি চালক জনৰ ডিঙিত ৰচি বান্ধি পাশবিক নিৰ্যাতন চলাই মৃত্যু হোৱা বুলি গাড়ীৰ পৰা এটা খান্তাৰ কাষত পেলাই গাড়ী লৈ উধাও হৈছিল । কিন্তু মাগুৰমাৰী বাসীৰ তত্বাবধানত চালক জনক অচেতন অৱস্হাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা পাছত দৈব্য ক্ৰমে জীৱন ৰক্ষা পৰিছিল চালক জাকিৰৰ। পিছত গাড়ী চোৰ টোক গ্ৰেপ্তাৰৰ দাবীত মৈৰাবাৰী থানা সন্মুখত হৈছিল প্ৰতিবাদ। আৰক্ষীৰ জুৰদাৰ তালাচিত গাড়ী চোৰ হতে গাড়ী পাৰ কৰিব নোৱাৰি নগাঁও হয়বৰ গাঁৱত গাড়ী এৰি পলাইছিল চোৰ কেইটা। কিন্তু বিশ দিনৰ পাছত শুক্ৰবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি মৈৰাবাৰী আৰক্ষীয়ে লংকা নখুটিত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৰংৰায় চাপৰিৰ দুৰ্ধৰ্ষ গাড়ী চোৰ নুৰুল ইছলামক ।
Byte - OC MOIRABARI PSConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.