ETV Bharat / state

জাগীৰোডত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ভোটদান

author img

By

Published : Apr 18, 2019, 11:07 AM IST

আঁহতগুৰিৰ 564 নং মৰাকলং প্ৰাথমিক বিদ্যালয়ত পত্নী আইমী বৰুৱাৰ স'তে ভোটদান কৰে মন্ত্ৰী পীয়ুষ হাজৰিকায়ে ৷

জাগীৰোডত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ভোট দান

জাগীৰোড , 18 এপ্ৰিল : আৰম্ভ হ'ল 2019 লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ বিভিন্ন দলৰ প্ৰাৰ্থী সকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷ জাগীৰোডৰ বিধায়ক পীয়ুষ হাজৰিকাকো পত্নী আইমী বৰুৱাৰ স'তে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ শাৰী পাতি থকা দেখিবলৈ পোৱা গ'ল ৷

Intro:Jagiroad piyush hazarika votingBody:Jagiroad piyush hazarika voting... 18/4/19
Anchor... জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীয়ূষ হাজৰিকাই আঁহতগুৰিৰ ৫৬৪ নং মৰাকলং প্ৰাথমিক বিদ্যালয়ত পুৱা ভোটদান কৰিবলৈ এইদৰে ভোটাৰৰ মাজত শাৰি পতা দেখা যায় । লগত দেখা গৈছে পত্নী আইমী বৰুৱাকো এইদৰে ।
প্ৰেৰক :: Champak Deka, JagiroadConclusion:Jagiroad piyush hazarika voting
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.