ETV Bharat / state

মৰিগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু - মৰিগাঁও অসমাৰিক চিকিৎসালয়

সোমবাৰে মৰিগাঁৱত ৰহস্যজনক ভাৱে মৃত্যুক আঁকোৱালি লয় আলিফ ইনামুল নামৰ এজনে যুৱকে ৷ মৰিগাঁৱৰ সমীপৱৰ্তী সোণাৰীগাঁৱত বন্ধুৰ বাহনত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ ৷ পৰিয়ালৰ দাবী এইয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷

মৃত যুৱকজন
author img

By

Published : Oct 21, 2019, 5:38 PM IST

মৰিগাঁও,21 অক্টোবৰঃ সোমবাৰে মৰিগাঁৱত ৰহস্যজনক ভাৱে মৃত্যুক আঁকোৱালি লয় আলিফ ইনামুল নামৰ এজন যুৱকে ৷ মৰিগাঁৱৰ সমীপৱৰ্তী সোণাৰীগাঁৱত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ ৷ মৃতকৰ পৰিয়ালৰ দাবী এইয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷

মৰিগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু

প্ৰাপ্ত তথ্য মতে,দেওবাৰে দুই বন্ধু ক্ৰমে তৈফিক আৰু ৰামিজুৰৰ সৈতে বিবাহ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈছিল মৃত আলিফ ইমানুল ৷ ইয়াৰে পাচতেই যুৱকজনৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ ফলত সোমবাৰে পুৱা ভাগত মৰিগাঁও অসমাৰিক চিকিৎসালয় লৈ অনা হৈছিল মৃত আলিফ ইনামুল নামৰ যুৱকজনক ৷ কিন্তু চিকিৎসকে ইতিমধ্যে যুৱকজনক মৃত বুলি ঘোষণা কৰে ৷ আৰক্ষীয়ে মৃত যুৱকজনৰ পকেটৰ পৰা বিভিন্ন নিচা জাতীয় সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে তদন্তৰ বাবে দুই বন্ধু ক্ৰমে তৈফিক আৰু ৰামিজুৰক নিজৰ জিন্মাত ৰাখিছে ৷ ইপিনে,যুৱকজনৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে ৷ পৰিয়ালৰ লোকৰ দাবী নিশা বিয়া খাবলৈ যাওতেই তৌফিকে নিচাযুক্ত দ্ৰৱ্য সেৱন কৰাই হত্যা কৰিছে আলিফ ইনামুলক। মৰণোত্তৰ পৰীক্ষাৰ পাচতেহে পোহৰলৈ আহিব মৃত্যু প্ৰকৃত ৰহস্য ৷

Intro:মৰিগাঁৱত ৰহস্যজনক ভাবে যুৱকৰ মৃত্যু ।মৰিগাঁও বড়ীগাঁৱৰ আলিফ ইনামুলৰ মৃত্যুক সহজভাবে লব পৰা নাই পৰিয়ালে। পৰিকল্পিত হত্যাকাণ্ডৰ দাবী মৃতকৰ পৰিয়ালৰ ।দুজনক আটক আৰক্ষীৰ।Body:মৰিগাঁৱত ৰহস্যজনক ভাৱে যুৱকৰ মৃত্যুদেহ উদ্ধাৰ ৷ ঘটনাৰ বিৱৰণী মতে সোমাবাৰে মৰিগাঁও সদৰৰ সমীপবৰ্ত্তী সোণাৰীগাঁৱত দুজন বন্ধুৰ গাড়ীত উদ্ধাৰ
আলিফ ইনামুল নামৰ যুৱক জনৰ মৃতদেহ। জানিব পৰা মতে মৰিগাঁও সোণাৰী গাঁৱৰ পৰা তৈফিক আৰু ৰামিজুৰে মৃত যুৱক জনক পুৱাভাগত মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে আনিছিল৷ পিছে চিকিৎসকে ইতিমধ্যে যুৱক জনক মৃত বুলি ঘোষণা কৰে৷ উল্লেখযোগ্য যে
মৃত যুৱক জনৰ পকেটতৰ পৰা আৰক্ষীয়ে ভাং আৰু চিলিম উদ্ধাৰ কৰে৷
আলিফৰ অভিভাৱকৰ অভিযোগ এইয়া পৰিকল্পিত হত্যাকাণ্ড ৷ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সকলো তথ্য৷
আৰক্ষীয়ে ইতিমধ্যে নিজৰ জিম্মাত তৌফিক আৰু ৰামি জুৰক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷
Byte:পৰিয়ালৰ লোক
হয় । আলিফ ইনামুলৰ এই মৃত্যুক সহজ ভাৱে ল'ব পৰা নাই পৰিয়ালে। পৰিয়ালৰ দাবী ৰাতি বিয়া খাবলৈ যাওঁতে তৌফিকে নিচাযুক্ত দ্ৰব্য সেৱন কৰাই হত্যা কৰিছে আলিফ ইনামুলক।
সেইয়া যি কি নহওক চিকিৎসকৰ মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদনৰ পাছতহে জানিব পৰা যাব মৃত্যুৰ প্ৰকৃত কাৰণ।Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.