ETV Bharat / state

মৰিগাঁও সন্মিলীত নাট্য গোষ্ঠীৰ পঞ্চম বৰ্ষৰ নাট নিবেদনৰ শুভ মহুৰত সম্পন্ন - কৌতুক অভিনেতা অৰুণ হাজৰিকা

ৰাজ্যৰ অন্য়তম অপেচাদাৰী নাট্য গোষ্ঠী ৰূপে খ্যাত মৰিগাঁও সন্মিলীত নাট্য গোষ্ঠীৰ পঞ্চম বৰ্ষৰ নাট নিবেদনৰ দুখনকৈ নাটকৰ শুভ মহুৰত অনুষ্ঠান অনুষ্ঠিত ৷

মৰিগাঁও সন্মিলীত নাট্য গোষ্ঠীৰ পঞ্চম বৰ্ষৰ নাট নিবেদনৰ শুভ মহুৰত সম্পন্ন
author img

By

Published : Sep 16, 2019, 11:41 AM IST

মৰিগাঁও,16 চেপ্তেম্বৰঃ মৰিগাঁও সন্মিলীত নাট্য গোষ্ঠীৰ পঞ্চম বৰ্ষৰ নাট নিবেদনৰ দুখনকৈ নাটকৰ শুভ মহুৰত অনুষ্ঠান অনুষ্ঠিত হয় ৷ মৰিগাঁৱৰ গান্ধীভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা নাটকৰ শুভ মহুৰতৰ শুভাৰম্ভণি কৰে অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অৰুণ হাজৰিকাই ৷ ভাম্যমান নাটক,অপেচাদাৰী নাট বা বোলছবি কোনো ক্ষেত্ৰতে সীমাবদ্ধতা ৰখা উচিত নহয় বুলি মন্তব্য কৰি অভিনেতা গৰাকীয়ে মৰিগাঁও সন্মিলনীত নাট্য গোষ্ঠীয়ে অপেচাদাৰী নাট্যদল হিচাপে ৰাজ্যৰ নাট্য জগতলৈ আগবঢ়াই অহা সেৱাৰ বাবে শলাগ লয় ৷ ইফালে ৰাজ্যৰ জনপ্ৰিয় কৌতুক অভিনেতা ধমেন্দ্ৰ নাথে মঞ্চস্থ হ'ব লগা নাট দুখনৰ পৰিচালনা কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তা মণ্ডলীয়ে ৷

Intro:মৰিগাঁও সন্মিলীত নাট্য গোষ্ঠীৰ পঞ্চম নাট্যবৰ্ষৰ বাবে দেওবাৰে নিশা ভাগত অনুষ্ঠিত হৈ যায় দুগনকৈ নাটকৰ শুভমুহূৰত অনুষ্ঠান। নাৰিকল ভাগি জনপ্ৰিয় কৌতুক অভিনেতা অৰুণ হাজৰিকাৰ শুভমুহূৰত

Body:ৰাজ্যৰ নাট্যজগতৰ অপেচাদাৰী নাট্য দল সন্মিলীত নাট্যগোষ্ঠীৰ মৰিগাঁৱৰ দুখনকৈ নাটকৰ শুভমুহূৰত।দেওবাৰে মৰিগাঁও আগশাৰী সামাজিক সাংস্কৃতিক অনুষ্ঠান গান্ধী ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় চলিত বৰ্ষৰ শুভমুহূৰত। ৰাজ্যৰ চিৰসেউজ কৌতুক অভিনেতা অৰুণ হাজৰিকা নাৰিকল ভাগি নাটদুখনৰ শুভমুহূৰত পৰ্বটি আলম্ভ কৰে। ইফালে কথাৰ লাচতে অভিনেতা আৰুণ হাজৰিকাই যাতে ওৰেটো জীৱন নাট্যজগতত আগবাঢ়ি যাবপাৰে তাৰবাবে মৰিগাঁৱৰ ৰাইজৰপৰা আৰ্শীবাদ বিচাৰে। ইয়াৰ পাছতে অভিনেতাগৰাকীয়ে তেৱৰ সাংসাৰিক,ভেজাল নাইবুলি মন্তব্য কৰি কয় যে মোৰ তেনে ভেজাল নাই। মোৰ মীছখলো নাই,মোৰ কিছকলো নাই বুলি ভাষণৰ মাজতেই উপস্থিত দৰ্শকক হাঁহিৰ খোৰাক দিয়ে।:shot শুভমুহূৰত কৰি দিয়া ভাষণত অভিনেতাজনে নাটক নাটকেই । ভাম্যমান,অপেচাদাৰী, বা বোলছবি কতো সীমাৰেখা ৰখোৱা উচিত নহয়। বিশেষ কৈ মৰিগাঁৱত বিগত বছৰ সমুহত মৰিগাঁও উক্ত নাট্য শাখাটিয়ে অপেচাদাৰী নাট্যদলৰূপে ৰাজ্যৰ নাট্যজগতখনলৈ সেৱা আগবঢ়াই আহাৰ বাবে শলাগ লয় মৰিগাঁৱৰ নাট্যদলৰ কৰ্মকৰ্তা হকলক। shot: ইফালে এই আনুষ্ঠানত আনগৰাকী ৰাজ্যৰ জনপ্ৰিয় কৌতূক অভিনেতা ধমেন্দ্ৰ নাথ উপস্থিত থকাৰ নগতে আগন্তুক দিনত মঞ্চস্থ কৰিবলগা নাটদুখনৰ পৰিচালনা কৰিব বুলি অবগত কৰে উদ্যোগক্তা সমিতিয়েতি। byte:

Conclusion:ratul deka,etc Bharat.morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.