ETV Bharat / state

মৰিগাঁৱত Lock down park 2020

author img

By

Published : Jun 5, 2020, 6:45 AM IST

লক্ ডাউনৰ মাজতে অহা প্ৰচণ্ড ধুমুহাই ক্ষতিগ্ৰস্ত কৰা তামোল,নাৰিকল আদি বিভিন্ন গছ ব্যৱহাৰ কৰি যুৱক সকলে সাজি উলিয়াইছে এই উদ্যানখন ৷

Lockdown park 2020 at Morigaon by Tribeni yuba sangha
মৰিগাঁওত Lockdown park 2020

মৰিগাঁও,5 জুন: লক্ ডাউনৰ মাজতে মৰিগাঁও সমীপৱৰ্তী গছৰগুৰিৰ ত্ৰিবেণী যুৱক সংঘই সাজি উলিয়াইছে এখন বিশেষ উদ্যান ৷ লক্ ডাউনৰ মাজতে অহা প্ৰচণ্ড ধুমুহাই ক্ষতিগ্ৰস্ত কৰা তামোল,নাৰিকল আদি বিভিন্ন গছ ব্যৱহাৰ কৰি যুৱক সকলে সাজি উলিয়াইছে এই উদ্যানখন ৷ লক্ ডাউনৰ মাজতে উদ্যানখন সাজি উলিওৱাৰ বাবে উদ্যানখনৰ নাম ৰখা হৈছে Lockdown park 2020 ৷ বিগত ৯ মে' ৰ পৰা এই উদ্যানখনৰ কাম আৰম্ভ কৰি বৰ্তমান 70 শতাংশ কাম সম্পূৰ্ণ কৰিছে যুৱক সকলে ৷

মৰিগাঁওত Lockdown park 2020

উল্লেখ্য যে, উদ্যানখনত ৰোপন কৰা হৈছে বিভিন্ন লতা জাতীয় ফুল ৷ ৰোপন কৰা হৈছে চৰাই-চিৰিকতি সংৰক্ষণ তথা আশ্ৰয় আৰু খাদ্যৰ বাবে বাবে ফলমূলৰ গছ। শীঘ্ৰেই এই পাৰ্কখন মুকলি কৰিব ত্ৰিবেণী যুৱক সংঘই ৷

লগতে পঢ়কঃ বিশ্ব পৰিবেশ দিৱস : এইবৰ্ষৰ বিষয়বস্তু "TIME OF NATURE" !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.