ETV Bharat / state

মৰিগাঁৱত ভূমি পট্টা বিতৰণ বিধায়ক ৰমাকান্ত দেউৰীৰ - জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ

মৰিগাঁও ৰাজহ চক্ৰৰ উদ্যোগত মৰিগাঁৱত তৃতীয় পৰ্যায়ৰ মাটি পট্টা বিতৰণ মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীৰ । তিনিটা পৰ্যায়ত মুঠ 728 গৰাকী হিতাধিকাৰী নিৰ্বাচিত কৰি বিতৰণ কৰা হয় ভূমি পট্টা ।

মৰিগাঁৱত ভূমি পট্টা বিতৰণ বিধায়ক ৰমাকান্ত দেউৰীৰ

author img

By

Published : Jan 31, 2021, 10:22 AM IST

মৰিগাঁও, 31 জানুৱাৰী : অসম চৰকাৰৰ যুগান্তকাৰী পদক্ষেপৰ অধীনত মৰিগাঁও ৰাজহ চক্ৰৰ উদ্যোগত মৰিগাঁৱত তৃতীয় পৰ্যায়ৰ ভূমি পট্টা বিতৰণ কৰা হয় । মৰিগাঁও ৰাজহ চক্ৰৰ অধীনৰ খিলঞ্জীয়া ভূমিহীন হিতাধিকাৰীক ভূমি পট্টা বিতৰণ কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

মৰিগাঁৱত ভূমি পট্টা বিতৰণ বিধায়ক ৰমাকান্ত দেউৰীৰ
মৰিগাঁৱত ভূমি পট্টা বিতৰণ বিধায়ক ৰমাকান্ত দেউৰীৰ

মৰিগাঁও ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শনিবাৰে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । মুঠ 728 গৰাকী হিতাধিকাৰী নিৰ্বাচিত কৰি ইয়াৰ তিনিটা পৰ্যায়ত বিতৰণ কৰা হয় ভূমি পট্টা । অনুষ্ঠানটোত অংশগ্ৰহন কৰি বিধায়ক ৰমাকান্ত দেউৰীৰ কয় 'আমাৰ চৰকাৰৰ এই ভূমি প্ৰদান আঁচনিত ৰাজ্যৰ লাখ লাখ খিলঞ্জীয়াৰ ভূমিহীন হিতাধিকাৰী উপকৃত হৈছে ।' মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই পট্টা বিতৰণ কাৰ্যসূচীৰ আতঁ ধৰে মৰিগাঁও ৰাজহ চক্ৰ বিষয়া মুনমী কলিতাই ।

লগতে পঢ়ক : গুৱাহাটীৰ গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনে আকৰ্ষণ কৰিছে বিশ্বৰ ক্ৰীড়া সমাজক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.