ETV Bharat / state

জাগীৰোডত বজ্ৰপাতঃ 1 জনৰ মৃত্যু, 5 জন আহত - assam news

বজ্ৰপাতত নিহত মহিলা গৰাকী পশ্চিম নগাঁৱৰ প্ৰদীপ কোঁৱৰৰ পত্নী গীতা কোঁৱৰ । আনহাতে, আহত মহিলা কেইগৰাকী হৈছে শোভা কোঁৱৰ, নিজৰা কোঁৱৰ, তৰামাই কোঁৱৰ, জোনালী কোঁৱৰ আৰু লাৱণ্য কোঁৱৰ

জাগীৰোডত বজ্ৰপাতঃ 1 জনৰ মৃত্যু, 5 জন আহত
author img

By

Published : Jul 19, 2019, 8:52 PM IST

মৰিগাঁও, 19 জুলাইঃ মৰিগাঁও জাগীৰোডত বজ্ৰপাত পৰি মহিলাৰ মৃত্যু ৷ লগতে গুৰুতৰভাৱে আহত আন ৫ গৰাকী মহিলা । বজ্ৰপাতত নিহত মহিলা গৰাকী পশ্চিম নগাঁৱৰ প্ৰদীপ কোঁৱৰৰ পত্নী গীতা কোঁৱৰ । আনহাতে, আহত মহিলা কেইগৰাকী হৈছে শোভা কোঁৱৰ, নিজৰা কোঁৱৰ, তৰামাই কোঁৱৰ, জোনালী কোঁৱৰ আৰু লাৱণ্য কোঁৱৰ ৷ আহত পাঁচগৰাকী মহিলাকে জি এম চি এইচলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে । উল্লেখ্য যে, আটাইকেইগৰাকী মহিলায়ে পথাৰত ভূঁই ৰুই থকা অৱস্থাত বজ্ৰপাত পৰে ।

Intro:জাগীৰোডত বজ্ৰপাত পৰি মহিলাৰ মৃত্যু Body:

Anchor.... জাগীৰোডৰ পশ্চিম নগাঁৱত আজি বিয়লি প্ৰায় ৪:৩০ বজাত বজ্ৰপাত পৰি এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে আন ৫ গৰাকী মহিলা গুৰুতৰভাৱে আহত হয় । বজ্ৰপাতত নিহত মহিলা গৰাকী হৈছে পশ্চিম নগাঁৱৰ প্ৰদীপ কোঁৱৰৰ পত্নী গীতা কোঁৱৰ ( ২২ ) । আনহাতে আহত মহিলা কেইগৰাকী হৈছে শোভা কোঁৱৰ ( ২৫ ), নিজৰা কোঁৱৰ ( ২৩ ) , তৰামাই কোঁৱৰ ( ৩০ ), জোনালী কোঁৱৰ ( ২৫ ) আৰু লাৱণ্য কোঁৱৰ ( ২৫ ) । ইতিমধ্যে আহত পাঁচগৰাকী মহিলাকে জি এম চি এইচলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে । উল্লেখযোগ্য যে আটায়কেইগৰাকী মহিলায়ে পথাৰত ভূঁই ৰুই আছিল।

Reported by Champak Deka .Conclusion:
পাঁচগৰাকীক জিএমচিএইচলৈ প্ৰেৰণ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.