ETV Bharat / state

মৰিগাঁৱত 3,023 গৰাকীলৈ বৃদ্ধি ক'ভিড আক্ৰান্তৰ সংখ্যা

author img

By

Published : May 19, 2021, 8:51 AM IST

মঙলবাৰে মৰিগাঁও জিলাত ক’ভিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাই 3,023 গৰাকীলৈ বৃদ্ধি । মঙলবাৰৰ দিনটোত 2,435 গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰাৰ বিপৰীতে 242 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ।

Increase in number of covid cases to 3023 in Morigaon
মৰিগাঁৱত 3023 গৰাকীলৈ বৃদ্ধি ক'ভিড আক্ৰান্তৰ সংখ্যা

মৰিগাঁও,19 মে’: সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ মঙলবাৰৰ দিনটোত স্বাস্থ্য বিভাগে জনোৱা অনুসৰি মৰিগাঁৱত ক’ভিভ ৰোগীৰ সংখ্যা 3,023 গৰাকীলৈ বৃদ্ধি পাইছে । আনফালে, মঙলবাৰে জিলাখনৰ বিভিন্ন ক’ভিড কেন্দ্ৰত 2,435 গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয় ৷ ইয়াৰে 242 গৰাকী লোকৰ দেহত নতুনকৈ ক’ভিড-19 ৰ উপস্থিতি ধৰা পৰে ।

সম্প্ৰতি জিলাখনত 1,645 গৰাকী লোক ক’ভিড মুক্ত হৈ ঘৰলৈ উভতি গৈছে ৷ বিপৰীতে কেইবাগৰাকীও ৰোগীৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে ভূৰবন্ধা আদৰ্শ চিকিৎসালয়ৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: নগাঁও জিলাত ক’ভিড কেয়াৰ সেৱা কেন্দ্ৰ মুকলি প্ৰদ্যুৎ বৰদলৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.