ETV Bharat / state

মৈৰাবাৰীত জব্দ অবৈধভাৱে চলোৱা কাঠফলা মিল - Illegal timber mills seized

আজি মৈৰাবাৰীত জব্দ অবৈধভাৱে চলোৱা কাঠফলা মিল (Illegal timber mills seized in Moirabari)। মৰিগাঁও জিলাৰ বন বিভাগৰ এক বিশেষ অভিযানত মৈৰাবাৰী টাউনৰ মাজমজিয়াত অবৈধভাৱে চলি থকা এখন কাঠফলা মিলৰ যন্ত্ৰ পাতি জব্দ কৰাৰ লগতে মিলখনত থকা কিছু সংখ্যক অবৈধ মূল্যবান কাঠো জব্দ কৰে বন বিভাগে ।

Illegal timber mills seized in Moirabari
মৈৰাবাৰীত জব্দ অবৈধভাৱে চলোৱা কাঠফলা মিল
author img

By

Published : Oct 8, 2022, 10:24 PM IST

ধিং, 8 অক্টোবৰ: মৈৰাবাৰীত জব্দ অবৈধভাৱে চলোৱা কাঠফলা মিল (Illegal timber mills seized in Moirabari) । আজি মৰিগাঁও জিলাৰ বন বিভাগৰ এক বিশেষ অভিযানত মৈৰাবাৰী টাউনৰ মাজমজিয়াত অবৈধভাৱে চলি থকা এখন কাঠফলা মিলৰ যন্ত্ৰ পাতি জব্দ কৰাৰ লগতে মিলখনত থকা কিছু সংখ্যক অবৈধ মূল্যবান কাঠো জব্দ কৰে বন বিভাগে ।

উল্লেখ্য যে, মৰিগাঁও জিলাৰ বন বিভাগৰ বিষয়া শৰৎ হাজৰিকাৰ নেতৃত্বত চলিছিল এই অভিযান ৷ অভিযানকলত মৈৰাবাৰী টাউনৰ মাজমজিয়াত চলা এটা অবৈধ কাঠফলা মিলৰ যন্ত্ৰ পাতি জব্দ কৰি মৰিগাঁও বন সংমণ্ডলৰ কাৰ্যালয়লৈ লৈ যায় ।

মৈৰাবাৰীত জব্দ অবৈধভাৱে চলোৱা কাঠফলা মিল

ইফালে মৈৰাবাৰী টাউনত দীৰ্ঘদিন ধৰি অবৈধভাৱে চলি থকা ১০/১২ খন কাঠফলা মিলৰ মালিকসকলে বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ অহাৰ খবৰ পায় ৰহস্যজনকভাৱে আগতীয়াকৈ পলায়ন কৰে বুলি জানিব পৰা গৈছে । মৈৰাবাৰী অঞ্চলত থকা এইসমূহ কাঠফলা মিল অতি সোনকালেই উচ্ছেদ কৰিব বুলি বন বিভাগৰ বিষয়াসকলে জানিবলৈ দিয়ে । অৱশ্যে আজি চলা উচ্ছেদ কাৰ্যত মাত্ৰ এখন কাঠ মিলহে জব্দ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক: ধুবুৰীত অবৈধ কাঠফলা মিল জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.