মৰিগাওঁ, 28 ছেপ্টেম্বৰঃ মৰিগাঁৱত ভুৱা নামভৰ্তিৰে ডি.এল.এড ৰচিদ যোগানৰ অভিযোগ অৱৰোহণ কনিষ্ঠ মহাবিদ্যালয়ৰ বিৰুদ্ধে ৷ ৰাজ্যজুৰি টেট পৰীক্ষাত অৱতীৰ্ণৰ নামত চলিছে ডি.এল.এডৰ ভুৱা নামভৰ্তি ৷ 6ৰ পৰা 9 হাজাৰ টকা পৰ্যন্ত ধনৰ বিনিময়ত প্ৰদান কৰা হৈছে ভুৱা নামভৰ্তিৰ ৰচিদ ৷ মৰিগাঁও চহৰৰ মাজমজিয়াত থকা আৰোহণ মহাবিদ্যালয়ৰ এনে কাৰ্যৰ বিৰুদ্ধে মৰিগাঁও সদৰ আৰক্ষী থানাত গোচৰ তৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বাৰপূজীয়া আঞ্চলিকৰ সভাপতি পিংকু মহন্তই এই কাৰ্যৰ অতি শীঘ্ৰেই উচিত তদন্তৰ দাবী জনায় ৷
মৰিগাঁৱত ডি.এল.এডৰ নামভৰ্তিৰ নামত ব্যাপক বিসংগতিৰ অভিযোগ - ডি.এল.এড
মৰিগাঁৱত ভুৱা নামভৰ্তিৰে ডি.এল.এড ৰচিদ যোগানৰ অভিযোগ আৰোহণ কনিষ্ঠ মহাবিদ্যালয়ৰ বিৰুদ্ধে ৷ মৰিগাঁও চহৰৰ মাজমজিয়াত থকা আৰোহণ মহাবিদ্যালয়ৰ এনে কাৰ্যৰ বিৰুদ্ধে মৰিগাঁও সদৰ আৰক্ষী থানাত গোচৰ তৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷
মৰিগাওঁ, 28 ছেপ্টেম্বৰঃ মৰিগাঁৱত ভুৱা নামভৰ্তিৰে ডি.এল.এড ৰচিদ যোগানৰ অভিযোগ অৱৰোহণ কনিষ্ঠ মহাবিদ্যালয়ৰ বিৰুদ্ধে ৷ ৰাজ্যজুৰি টেট পৰীক্ষাত অৱতীৰ্ণৰ নামত চলিছে ডি.এল.এডৰ ভুৱা নামভৰ্তি ৷ 6ৰ পৰা 9 হাজাৰ টকা পৰ্যন্ত ধনৰ বিনিময়ত প্ৰদান কৰা হৈছে ভুৱা নামভৰ্তিৰ ৰচিদ ৷ মৰিগাঁও চহৰৰ মাজমজিয়াত থকা আৰোহণ মহাবিদ্যালয়ৰ এনে কাৰ্যৰ বিৰুদ্ধে মৰিগাঁও সদৰ আৰক্ষী থানাত গোচৰ তৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বাৰপূজীয়া আঞ্চলিকৰ সভাপতি পিংকু মহন্তই এই কাৰ্যৰ অতি শীঘ্ৰেই উচিত তদন্তৰ দাবী জনায় ৷
মৰিগাঁৱত ডি এল এড ৰ নামভৰ্তী নামত চলিছে ভয়ংকৰ বেপাৰ ৷ যিহেতু TET পৰীক্ষাত বহিবলৈ ডি এল এডৰ নামভৰ্তি ৰচিদ বাধ্যতামূলক সেয়ে এতিয়া মৰিগাঁৱৰ আৰোহণ নামৰ এইখন মহাবিদ্যালয়ত ডি এল এড ৰ নামভৰ্তিৰ বেপাৰ চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ৷ এই জন পিংকু মহন্ত ৷ এও মৰিগাঁও জিলা ডি এল এড সন্থাৰ সম্পাদক ৷ এওঁ অভিযোগ কৰে যে এই খন আৰোহণ মহাবিদ্যালয়ত ডি এল এড নামভৰ্তিৰ নামত ৬ হাজাৰ পৰা ৯ হাজাৰ প্ৰযন্ত ৰচিদ বিহিন ভাৱে ধন সংগ্ৰহ কৰিছে লগতে ২০১৯ চনত বি এপ পাছ কৰা একাংশ ছাত্ৰছাত্ৰীক ২০১৭ চনত ডি এল এডত নামভৰ্তি কৰা দেখাইছে ৷ এনেদৰে বহু ছাত্ৰছাত্ৰীক বেক ডেটত ভূৱাকৈ দি আহিছে ডি এল এডৰ নামভৰ্তি ৰচিদ ৷আনহাতে মৰিগাঁও জিলা যুৱ ছাত্ৰ পৰিষদৰ প্ৰশ্ন যে এই সন্দৰ্ভত মহাবিদ্যালয় খনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা ৪৮ ঘন্টা পাৰ হৈ যোৱাৰ পিছতো কিয় নিমাত জিলা প্ৰশাসন আৰু আৰক্ষী ৷
Byte = এজাহাৰ কাৰী পিংকু মহন্ত আাৰু AJYCP মৰিগাঁও সভাপতি ৷Conclusion:Ratuldeka etv Bharat morigaon