ETV Bharat / state

মৰিগাঁৱত উদ্ধোধন 50টা অতিৰিক্ত আৰু 80টা স্মাৰ্ট শ্ৰেণীকোঠা - শুভ উদ্ধোধন

প্ৰথম বাৰৰ বাবে মৰিগাঁৱত 50 টা অতিৰিক্ত শ্ৰেণী কোঠা আৰু 80 টা স্মাৰ্ট ক্লাছৰুমৰ শুভ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হয় । সোমবাৰে মানিপুৰ মজলীয়া বিদ্যালয়ত প্ৰথমবাৰৰ বাবে অতিৰিক্ত শ্ৰেণীকোঠা আৰু স্মাৰ্ট ক্লাছ ৰুমৰ শুভ উদ্বোধন কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ডঃ কমল জ্যোতি গগৈয়ে ।

মৰিগাঁৱত শুভ উদ্ধোধন হয় 50 টা  অতিৰিক্ত শ্ৰেণী কোঠা আৰু 80 টা স্মাৰ্ট শ্ৰেণীকোঠা

author img

By

Published : Oct 19, 2020, 9:36 PM IST

মৰিগাঁও,19 অক্টোবৰ : মৰিগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ডঃ কমল জ্যোতি গগৈয়ে সোমবাৰে মানিপুৰ মজলীয়া বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠা শুভ উদ্বোধন কৰে ৷ প্ৰথম বাৰৰ বাবে মৰিগাঁৱত 50 টা অতিৰিক্ত শ্ৰেণী কোঠা আৰু 80 টা স্মাৰ্ট ক্লাছৰুমৰ শুভ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হয় । মৰিগাঁও সমীপৱৰ্ত্তী মানিপুৰ মজলীয়া বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠা শুভ উদ্ধোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আগবাঢ়োৱা বক্তব্যত অতিৰিক্ত শ্ৰেণী কোঠাৰ উপৰিও ছোৱালীৰ খেলা ধূলাৰ বাবে প্ৰতিখন বিদ্যালয়ত পাঁচ হাজাৰ কৈ পূঁজি আবন্টন দিয়াৰ কথা ঘোষণা কৰে জিলা শিক্ষা বিষয়া গৰাকীয়ে ।

উল্লেখযোগ্য যে মানিপুৰ মজলীয়া বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠাৰ সমূহৰ বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু প্ৰধান শিক্ষক ছাইদুৰ ৰহমানে সময়ত নিৰ্মাণ কৰি উলিয়াই দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে শিক্ষা বিষয়া গৰাকীয়ে । বিদ্যালয় পৰিচালনা সমিতি সভানেত্ৰী হৰেক্ৰান্তি কোঁৱৰৰ নেতৃত্বত অনুষ্ঠিত হোৱা শ্ৰেণী কোঠা উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা প্ৰাথমিক শিক্ষা বিভাগৰ আঁচনি বিষয়া আবুল কালাম আজাদ তপন বৰাৰ প্ৰমূখ্যে ভালেকেইজন বিশিষ্ট ব্যক্তি ।

মৰিগাঁৱত শুভ উদ্ধোধন হয় 50 টা  অতিৰিক্ত শ্ৰেণী কোঠা আৰু 80 টা স্মাৰ্ট শ্ৰেণীকোঠা
মৰিগাঁৱত শুভ উদ্ধোধন হয় 50 টা অতিৰিক্ত শ্ৰেণী কোঠা আৰু 80 টা স্মাৰ্ট শ্ৰেণীকোঠা

লগতে পঢ়ক: ৰাইজৰ দলৰ শিৱসাগৰ জিলা সমিতি গঠনৰ বাবে ৰাজহুৱা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.