মৰিগাঁও, 15 নৱেম্বৰঃ মৰিগাঁৱৰ জালুগুটিৰ সাপ্তাহিক বজাৰত বৃহস্পতিবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডত এখন ফামাৰ্চিকে ধৰি আন তিনি খন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লক্ষাধিক টকাৰ সামগ্ৰী ভষ্মীভূত হয়। অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ভুক্তভোগীয়ে। ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰে নিশা মৰিগাঁও মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত জালুগুটি আৰক্ষী চকীৰ সাপ্তাহিক বজাৰত নিশা প্ৰায় ১২-৩০ বজাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। স্থানীয় ব্যৱসায়ী সুশান্ত মজুমদাৰে ব্যৱসায়িক প্ৰতিষ্ঠানত জমা কৰি থোৱা সৰিয়হ,মৰাপাট,হাৰ্ডৱেৰ সামগ্ৰীৰ উপৰিও এখন ফাৰ্মাচিত অগ্নিকাণ্ড সংঘটিত হয়। বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই যদিও চৰ্ট শ্বাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
মৰিগাঁৱৰ জালুগুটিত অগ্নিকাণ্ড - জালুগুটিত অগ্নিকাণ্ড
অগ্নিকাণ্ডত এখন ফামাৰ্চিকে ধৰি আন তিনি খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লক্ষাধিক টকাৰ সামগ্ৰী ভষ্মীভূত হয়। অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজে ৷
![মৰিগাঁৱৰ জালুগুটিত অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5069907-1107-5069907-1573796959864.jpg?imwidth=3840)
মৰিগাঁও, 15 নৱেম্বৰঃ মৰিগাঁৱৰ জালুগুটিৰ সাপ্তাহিক বজাৰত বৃহস্পতিবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডত এখন ফামাৰ্চিকে ধৰি আন তিনি খন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লক্ষাধিক টকাৰ সামগ্ৰী ভষ্মীভূত হয়। অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ভুক্তভোগীয়ে। ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰে নিশা মৰিগাঁও মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত জালুগুটি আৰক্ষী চকীৰ সাপ্তাহিক বজাৰত নিশা প্ৰায় ১২-৩০ বজাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। স্থানীয় ব্যৱসায়ী সুশান্ত মজুমদাৰে ব্যৱসায়িক প্ৰতিষ্ঠানত জমা কৰি থোৱা সৰিয়হ,মৰাপাট,হাৰ্ডৱেৰ সামগ্ৰীৰ উপৰিও এখন ফাৰ্মাচিত অগ্নিকাণ্ড সংঘটিত হয়। বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই যদিও চৰ্ট শ্বাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
ঘটনাৰ বিৱৰণী মতে আজি নিশা মৰিগাঁও মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত জালুগুটি আৰক্ষী চকীৰ সাপ্তাহিক বজাৰত নিশা ১২-৩০ বজাত বিধংসী অগ্নি কাণ্ড সংঘটিত হয় ।স্হানীয় ব্যৱসায়ী সুশান্ত মজুমদাৰে ব্যৱসায়ী প্ৰতিষ্ঠানত জমা কৰি থোৱা
সৰিয়হ , মৰাপাট, হাডৱে সামগ্ৰীৰ উপৰিও এখন ফাৰ্মাচিত সূত্ৰপাত হয় এই অগ্নি কাণ্ড ।বৰ্তমানলৈ এই অগ্নি কাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও শ্বকচাৰ্কিতৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে । নিশা সংঘটিত এই অগ্নি কাণ্ডত ব্যৱসায়ী প্ৰতিষ্ঠান কেইটাৰ প্ৰায় কুৰি লক্ষাধিক সা-সম্পত্তি বিনষ্ট হোৱা বুলি ধাৰণা কৰা হৈছে ।
অবশ্যে জালুগুটি স্হানীয় ৰাইজ আৰু মৰিগাঁও অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অবশেষত জুই নুমুৱাবলৈ সক্ষম হয় ।bytes: ownerConclusion:Ratuldeka etv Bharat morigaon