ETV Bharat / state

জাগীৰোডত আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছসহ জালনোট - জালনোটৰ ৰমৰমীয়া বেহা

বৃহস্পতিবাৰে নিশা সান্ধ্য আইনৰ মাজতে জাগীৰোড আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত এক অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছসহ জালনোট জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷

Fake notes including drugs seized on Jagiroad amid nihght curfew
সান্ধ্য আইনৰ মাজতে জাগীৰোডত জব্দ ড্ৰাগছসহ জালনোট
author img

By

Published : May 7, 2021, 11:14 AM IST

Updated : May 7, 2021, 12:15 PM IST

মৰিগাঁও,7 মে': ৰাজ্যত সান্ধ্য আইনৰ মাজতে অব্যাহত আছে ড্ৰাগছ আৰু জালনোটৰ অবৈধ বেহা ৷ বৃহস্পতিবাৰে নিশা সান্ধ্য আইনৰ মাজতে জাগীৰোড আৰক্ষীৰ ড্ৰাগছ আৰু জালনোট বিৰোধী অভিযান ৷ এক গোপন সূত্ৰৰ পম খেদি জাগীৰোড আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত এক অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছসহ জালনোট জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷

জাগীৰোডত আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছসহ জালনোট

আৰক্ষীয়ে জনোৱা মতে, আটক কৰা লোকজনৰ নাম মানস ৰাডু কাকতি ৷ পলাহগুৰি গাঁৱৰ বৃহৎ পৰিমানৰ ড্ৰাগছ আৰু জালনোট সৰবৰাহ কৰিবলৈ জাগীৰোডলৈ আহি থকাৰ সময়তে আৰক্ষীয়ে চলোৱা অভিযানত আটক হয় যুৱকজন ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে জাগীৰোড আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: এগৰাকী বোৱাৰীৰ মৃত্যুকলৈ গহপুৰত চাঞ্চল্য

Last Updated : May 7, 2021, 12:15 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.