ETV Bharat / state

মৰিগাঁৱত বিকল ভিভিপেট-ইভিএম

পুৱা 7 বজাৰ পৰা ৰাজ্যৰ 5 টা সমষ্টিত আৰম্ভ হোৱা  দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ইতিমধ্যে কেইবাঠাইতো বিকল হৈছে ইভিএম ৷ মৰিগাঁও জিলাৰে বিভিন্ন ভোটকেন্দ্ৰতে সংঘটিত হৈছে ইভিএম বিকলৰ ঘটনা ৷

author img

By

Published : Apr 18, 2019, 3:59 PM IST

মৰিগাঁৱত বিকল ভিভিপেট/ইভিএম

মৰিগাঁও,18 এপ্ৰিল:মৰিগাঁৱত বিকল ভিভিপেট আৰু ইভিএম ৷ পুৱা 7 বজাৰ পৰা ৰাজ্যৰ 5 টা সমষ্টিত আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ইতিমধ্যে কেইবাঠাইতো বিকল হৈছে ইভিএম৷

মৰিগাঁৱৰ 92 নং সাপমাৰী মজলীয়া বিদ্যালয়,98 নং লোচনাবৰি প্ৰাথমিক বিদ্যালয়,22 নং পশ্চিম মানিপুৰ মজলীয়া বিদ্যালয়,131 নং গড়মাৰি প্ৰাথমিক বিদ্যালয় ,সংযুক্ত কোমোৰাগুৰি প্ৰাথমিক বিদ্যালয়,94 নং দন্দুৱা মজলীয়া বিদ্যালয়,55 নং মৰিগাঁও প্ৰাথমিক বিদ্যালয়,38 নং মৰিগাঁও উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়,147 নং হেকোডাংবৰি প্ৰাথমিক বিদ্যালয়,99 হালধীবাৰী প্ৰাথমিক বিদ্যালয়,208 নং মান্তাবৰি প্ৰাথমিক বিদ্যালয়,237 নং আলিকুচি প্ৰাথমিক বিদ্যালয়,244 নং বাৰপূজীয়া প্ৰাথমিক বিদ্যালয়ত ভিভিপেটৰ বিসংগতি হোৱাৰ লগতে 60 নং মৰিগাঁও কলেজিয়েট হাইস্কুল,244 নং বৰুৱাখাট শংকৰ-মাধৱ প্ৰাথমিক বিদ্যালয়কে ধৰি মৰিগাঁও জিলাৰ বহুকেইটা ভোটকেন্দ্ৰত ইভিএমৰ বিসংগতি হোৱা পৰিলক্ষিত হয় ৷

Intro:Body:

মৰিগাঁও ব্ৰেকিং:

৯২ নং সাপমাৰী মজলীয়া বিদ্যালয়,

৯৮ নং লোচনাবৰি প্ৰাথমিক বিদ্যালয়

২২ নং পশ্চিম মানিপুৰ মজলীয়া বিদ্যালয়

১৩১ নং গড়মাৰি প্ৰাথমিক বিদ্যালয়

সংযুক্ত কোমোৰাগুৰি প্ৰাথমিক বিদ্যালয়

৯৪ নং দন্দুৱা মজলীয়া বিদ্যালয়

৫৫ নং মৰিগাঁও প্ৰাথমিক বিদ্যালয়

৩৮ নং মৰিগাঁও উচ্চতৰ মাধ্যমিক বালিকা  বিদ্যালয়

১৪৭ নং হেকোডাংবৰি প্ৰাথমিক বিদ্যালয়

৯৯ হালধীবাৰী প্ৰাথমিক বিদ্যালয়

২০৮ নং মান্তাবৰি প্ৰাথমিক বিদ্যালয়

২৩৭ নং আলিকুচি প্ৰাথমিক বিদ্যালয়

২৪৪ নং বাৰপূজীয়া প্ৰাথমিক বিদ্যালয়

ভি ভি পি ই টি বিসংগতি

৬০ নং মৰিগাঁত কলেজিয়েট হাইস্কুল 

২৪৪ নং বৰুৱাখাট শংকৰ-মাধৱ প্ৰাথমিক বিদ্যালয়কে ধৰি মৰিগাঁও জিলাৰ বহুভোটকেন্দ্ৰত বিসংগতি  ভিভিপেট/ইভিএম।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.