ETV Bharat / state

বুধবাৰৰ পৰা পবিতৰা অভয়াৰণ্যত বন্ধ হ’ব হাতী ছাফাৰী

7 অক্টোবৰৰ পৰা 2018-19 বৰ্ষৰ বাবে মুকলি কৰা হৈছিল হাতী ছাফাৰী

বুধবাৰৰ পৰা পবিতৰা অভয়াৰণ্যত বন্ধ হ’ব হাতী ছাফাৰী
author img

By

Published : May 1, 2019, 1:42 PM IST

মৰিগাওঁ, 1 মে’: বুধবাৰৰ পৰা পবিতৰা অভয়াৰণ্যত পৰ্যটকৰ বাবে বন্ধ হ’ব হাতী ছাফাৰী ৷ ইয়াৰ লগতে ১৫ মে'ৰ পৰা বন্ধ হ'ব জীপ ছাফাৰী । অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে সাংবাদিকক জনায় এই তথ্য ।
যোৱা 7 অক্টোবৰৰ পৰা 2018-19 বৰ্ষৰ বাবে মুকলি কৰা হৈছিল হাতী ছাফাৰী আৰু জীপ ছাফাৰী ।

লগতে পঢ়ক: আমচাঙত মুকলি মহানগৰীত আতংকৰ সৃষ্টি কৰা গজৰাজক

Intro:Pobitora Elephant Safari Closed from todayBody:Breaking :
আজিৰে পৰা পবিতৰা অভয়াৰন্যত পৰ্যটকৰ বাবে বন্ধ হ’ব হাতী ছাফাৰী আৰু ১৫ মে'ৰ পৰা বন্ধ হ'ব জীপ ছাফাৰী। এই কথা জনালে অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে।
যোৱা ৭ অক্টোবৰৰ পৰা ২০১৮-১৯ৰ বৰ্ষৰ বাবে চলিছিল হাতী ছাফাৰী আৰু জীপ ছাফাৰী।Conclusion:Pobitora Elephant Safari Closed from today
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.