ETV Bharat / state

মৰিগাঁৱৰ লাহৰীঘাটত নিৰ্বাচনী হিংসা

author img

By

Published : Mar 28, 2021, 6:54 AM IST

প্ৰথম পৰ্যায়ৰ ভোটদানৰ পাছতেই 81 নং লাহৰীঘাট বিধানসভা সমষ্টিৰ বৰডোবা টুপত শনিবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ লাহৰীঘাটৰ বৰডোবা টুপ গাঁও পঞ্চায়তৰ অন্তৰ্গত ফলিহামাৰী পাম গাঁৱত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী আছিফ নাজাৰ আৰু পিতৃ ডাঃ নজৰুল ইছলামে গাঁৱখনলৈ আহি টকা বিলোৱাৰ সন্দেহত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

মৰিগাঁৱৰ লাহৰীঘাটত নিৰ্বাচনী হিংসা
মৰিগাঁৱৰ লাহৰীঘাটত নিৰ্বাচনী হিংসা

মৰিগাঁও,28 মাৰ্চ: ৰাজ্যত শনিবাৰে 47 টা সমষ্টিত অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ৷ প্ৰথম পৰ্যায়ৰ ভোটদানৰ পাছতেই 81 নং লাহৰীঘাট বিধানসভা সমষ্টিৰ বৰডোবা টুপত নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷

মৰিগাঁৱৰ লাহৰীঘাটত নিৰ্বাচনী হিংসা
মৰিগাঁৱৰ লাহৰীঘাটত নিৰ্বাচনী হিংসা

ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে নিশা লাহৰীঘাটৰ বৰডোবা টুপ গাঁও পঞ্চায়তৰ অন্তৰ্গত ফলিহামাৰী পাম গাঁৱত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী আছিফ নাজাৰ আৰু পিতৃ তথা প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক ডাঃ নজৰুল ইছলামে গাঁৱখনলৈ আহি টকা বিলোৱাৰ সন্দেহত স্থানীয় ৰাইজে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ আনকি একাংশ উত্তেজিত ৰাইজে বিৰোধীয়ে বিধায়ক ডাঃ নজৰুল ইছলামৰ বাহনত আক্ৰমণ কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ভূৰাগাঁও আৰক্ষী উপস্থিত হোৱাতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ।

লগতে পঢ়ক: ভোটদাতা ৰাইজক ধন্যবাদ জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.