ETV Bharat / state

কেনে আছে মৰিগাঁও বিধানসভা সমষ্টিৰ গ্ৰাম্য বাটপথ? - সীমান্তৱৰ্তী গ্ৰামাঞ্চল

জিলা খনৰ মণিপুৰটোপ গাঁও পঞ্চায়তৰ 10নং ৱাৰ্ডস্থিত নখন্দা নাথ গাঁৱৰ পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সাধাৰণ ৰাইজে জ্বলা-কলা খাব লগীয়া হৈছে ৷

কেনে অৱস্থাত আছে মৰিগাঁও বিধান সভা সমষ্টিৰ গ্ৰাম্য বাটপথ?
author img

By

Published : Sep 17, 2019, 10:10 AM IST

মৰিগাঁও,17 চেপ্তেম্বৰঃ যাতায়াত ব্যৱস্থাৰ নামত মৰিগাঁও-নগাঁও জিলাৰ সীমান্তৱৰ্তী গ্ৰামাঞ্চলৰ ৰাইজে প্ৰকৃততে কেনেদৰে যাতায়ত কৰিছে ? জিলা খনৰ মণিপুৰটোপ গাঁও পঞ্চায়তৰ 10নং ৱাৰ্ডস্থিত নখন্দা নাথ গাঁৱৰ পথটো সম্প্ৰতি বিধ্বস্ত ৷

কেনে অৱস্থাত আছে মৰিগাঁও বিধান সভা সমষ্টিৰ গ্ৰাম্য বাটপথ?

ৰাইজৰ অভিযোগ অনুসৰি পথটোৰ এনে শোচনীয় অৱস্থাৰ বাবে গাঁওখনৰ ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়লৈ যাব নোৱাৰে ৷ তথ্য অনুসৰি এই পথটো মেৰামতিৰ বাবে এমজিএনৰেগা অচঁনিৰ অধীনত 9,63,000 টকা আবন্টন দিয়া হৈছিল ৷ কিন্তু ৰাইজৰ অভিযোগ অনুসৰি পথটো নিৰ্মাণৰ দায়িত্বত থকা অভিযন্তা আৰু ঠিকাদাৰে আবন্টিত ধন সমূহৰ সিংহভাগ ধন উদৰস্থ কৰি বিধ্বস্ত পথটোত কেইচপৰামান মাটি আৰু কেইটামান শিল ছটিয়াই নিজৰ দায়িত্ব সামৰে ৷ যাৰ ফলত সাধাৰণ ৰাইজে যাতায়তৰ ক্ষেত্ৰত হাৰাশাস্তি ভুগিব লগীয়া হৈছে ৷

এক বিংশ যাতায়ত ব্যৱস্থাৰ নামত প্ৰকৃতে ৰাজ্যৰ গ্ৰামাঞ্চলৰ ৰাইজে কেনেদৰে যাতায়ত কৰিছে। এইয়া মৰিগাঁও-নগাঁও জিলাৰ সীমান্তৱৰ্তী কপিলি উন্নয়ন খণ্ডৰ মণিপুৰটোপ গাওঁ পঞ্চায়তৰ দহ নং ৱাৰ্ডৰ নখন্দা নাথ গাঁৱৰ একমাত্র যাতায়তৰ ব্যৱস্থা। যমো নাহে এই পথেৰে।নাহে আদৰণিৰ বাহন। মহৰ দাব,গাহৰিৰ দাবৰ লগতো তুলনা নহয় মৰিগাঁও বিধান সভা সমষ্টিৰ গ্ৰাম্যবাটপথ। এখমাত্ৰ শোচনীয় যাতায়ত ব্যৱস্থা বাবেই বিদ্যালয় লৈ যোৱা বন্ধ হয় ছাত্ৰ ছাত্ৰীৰ। MNREGA আচনিৰ অধীনত আনুমোদন হৈছিল ন লাখ তেশষ্ঠি হাজাৰ টকা। কেইচপৰামান মাটি আৰু কেইটামান শিলছটিয়াই অভিযন্ত্ৰা ঠিকাদৰে হজম কৰিলে আচনি খনৰ সিংহভাগ টকা। ফলত হাৰাশাস্তি জনতাৰ।
বিধায়কৰ মুখ দেখা নাই ৰাইজে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.