ETV Bharat / state

প্ৰবীন সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী লৈ ‘অসম উপত্যকা হিতৈষী বঁটা’ - Assam Upatyaka Hitaisi Award

ৰাজ্যৰ প্ৰবীন সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক প্ৰদান কৰা হ’ল ‘অসম উপত্যকা হিতৈষী বঁটা’ ৷ দেওবাৰে মৰিগাঁও জিলা পুথিভঁড়ালৰ প্ৰেক্ষাগৃহত "সহায়"ৰ উদ্যোগত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত সাংবাদিকগৰাকীক বঁটা প্ৰদান কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

প্ৰবীন সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী লৈ ‘অসম উপত্যকা হিতৈষী বঁটা’
author img

By

Published : Nov 10, 2019, 11:49 PM IST

মৰিগাঁও, 10 নৱেম্বৰঃ প্ৰবীন সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী লৈ ‘অসম উপত্যকা হিতৈষী বঁটা’ ৷ পণ্ডিত দয়াল কৃষ্ণ বৰাৰ স্মৃতিত উক্ত বঁটাটো প্ৰদান কৰে স্বেচ্ছাসেৱী অনুষ্ঠান ‘সহায়ে’ ৷ উক্ত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ স্বাস্থ্য, বিত্ত আৰু গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক স্বাস্থ্য আৰু নগৰ উন্নয়ন দপ্তৰ মন্ত্ৰী পীয়ূষ হাজৰিকা ৷

দেওবাৰে মৰিগাঁও জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত বেচৰকাৰী সংস্থা "সহায় "ৰ উদ্যোগত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, " প্ৰয়াত দয়াল কৃষ্ণ বৰাই যি গছি বন্তি জ্বলাই গৈছিল সেই গছি বন্তি অসমৰ প্ৰত্যেক ঘৰত জ্বলি আছে ।' আনহাতে ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ সমাজ হিতৈষী বঁটা লাভ কৰা বীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ সন্দৰ্ভত এক আলোকপাত কৰি আলফাৰ সংগ্ৰাম খনৰ নেতিবাচক লেখনি আৰু এই সংগ্ৰামক অন্ধকাৰ দিশে নিয়া বুলি লেখা কথাবোৰ আজি আখৰে আখৰে ফলিয়াইছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

Dhirendranath Chakrabarty is awarded with Assam Upatyaka Hitaisi Award
প্ৰবীন সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী লৈ ‘অসম উপত্যকা হিতৈষী বঁটা’

আনহাতে, ৰাজ্যৰ প্ৰবীন সাংবাদিকগৰাকীক এই বঁটা দিবলৈ পাই নিজকে সুখী বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে, মৰিগাঁও অসামৰিক চিকিৎসালয়ক শ্বহীদ তিলক ডেকা, মিকিৰভেটা ৰাজ্যিক চিকিৎসালয়ক গুণাভিৰাম বৰদলৈ আৰু ভূৰবন্ধাৰ প্ৰাথমিক চিকিৎসালয়ক হেমৰাম পাতৰৰ নামত উৎসৰ্গিত কৰাৰ বিষয়ে এই বঁটা প্ৰদান অনুষ্ঠানতে ঘোষণা কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

Intro:মৰিগাঁৱত সহায় নামৰ এক স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত প্ৰবীন সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী লৈ অসম উপত্যকা হিতৈষী বঁটা প্ৰদান । এই বঁটা বৈষ্ণৱ পণ্ডিত দয়াল কৃষ্ণ বৰাৰ স্মৃতিত সহায় নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোয়ে প্ৰদান কৰে।Body:মৰিগাঁৱত বৈষ্ণৱ পণ্ডিত দয়াল কৃষ্ণ বৰাৰ স্মৃতি বঁটা প্ৰদান অনুষ্ঠান।এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ স্বাস্থ্য, বিত্ত আৰু গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক স্বাস্থ্য আৰু নগৰ উন্নয়ন দপ্তৰ মন্ত্ৰী পীয়ূষ হাজৰিকা ।" প্ৰয়াত দয়াল কৃষ্ণ বৰাই যি গছি বন্তি জ্বলাই থৈ গৈছিল সেই গছি বন্তি অসমৰ প্ৰত্যেক ঘৰত জ্বলি আছে।
আনহাতে ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ সমাজ হিতৈষী বঁটা লাভ কৰা বীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ সন্দৰ্ভত এক আলোকপাত কৰি আলফাৰ সংগ্ৰাম খনৰ নেতি বাচক লেখনি আৰু এই সংগ্ৰামক অন্ধকাৰ দিশে নিয়া বুলি লেখা কথা বোৰ আজি আখৰে আখৰে ফলিয়াইছে ।" -এই মন্তব্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।দেওবাৰে মৰিগাঁও জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত "সহায় "ৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠানত বক্তব্য ৰাখি এই মন্তব্য । মনকৰিবলগীয়া যে ৰাজ্যৰ প্ৰবীন সাংবাদিক গৰাকীক এইবঁটা দিবলৈ পাই মন্ত্ৰী জনে সুখী বুলি উল্লেখ কৰে ।
উল্লেখযোগ্য যে মৰিগাঁও অসামৰিক চিকিৎসালয়ক শ্বহীদ তিলক ডেকা,মিকিৰভেটা ৰাজ্যিক চিকিৎসালয়ক গুণাভিৰাম বৰদলৈ আৰু
ভূৰবন্ধাৰ প্ৰাথমিক চিকিৎসালয়ক হেমৰাম পাতৰ নামত উৎসৰ্গিত কৰাৰ বিষয়ে এই বঁটা প্ৰদান অনুষ্ঠানতে ঘোষণা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।byte/,shotConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.