ETV Bharat / state

কৰ'ণালৈ ভয় নাইঃ লাহৰীঘাট UBI শাখাত গ্ৰাহকৰ ভিৰ - UBI

আজি পুৱাৰে পৰা বেংকৰ পৰা জমা ধন উলিয়াবলৈ বেংক শাখাটোৰ সন্মুখত ভিৰ কৰিলেহি প্ৰায় তিনি-চাৰি শতাধিক গ্ৰাহকে ৷ ইয়াৰ উপৰি কোনো ধৰণৰ সতৰ্কতা অৱলম্বন কৰাও দেখা নগ'ল গ্ৰাহকৰ মাজত ৷ আনকি উপস্থিত গ্ৰাহকৰ মুখত নাই মাস্কো ৷

customer gather in Lahorighat UBI branch as they show no fear for coronavirus
কৰ'ণালৈ ভয় নাইঃলাহৰীঘাট UBI শাখাত গ্ৰাহকৰ ভিৰ
author img

By

Published : Jul 28, 2020, 4:35 PM IST

লাহৰীঘাট, 28 জুলাইঃ কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে মৰিগাঁৱৰ লাহৰীঘাট UBI শাখাত দেখা পোৱা গ'ল গ্ৰাহকৰ অস্বাভাৱিক ভিৰ ৷ আজি পুৱাৰে পৰা বেংকৰ পৰা জমা ধন উলিয়াবলৈ বেংক শাখাটোৰ সন্মুখত ভিৰ কৰিলেহি প্ৰায় তিনি-চাৰি শতাধিক গ্ৰাহকে ৷ ইয়াৰ উপৰি কোনো ধৰণৰ সতৰ্কতা অৱলম্বন কৰাও দেখা নগ'ল গ্ৰাহকৰ মাজত ৷ আনকি উপস্থিত গ্ৰাহকৰ মুখত নাই মাস্কো ৷

কৰ'ণালৈ ভয় নাইঃলাহৰীঘাট UBI শাখাত গ্ৰাহকৰ ভিৰ

উল্লেখযোগ্য যে,বেংক শাখাটোৰ গ্ৰাহক সেৱা কেন্দ্ৰত গ্ৰাহকসকলে নিজৰ সুবিধাৰ্থে একাউণ্ট খুলিছিল যদিও গ্ৰাহক সেৱা কেন্দ্ৰত এ টি এম অবিহনে নিজৰ জমাধন উলিয়াব নোৱাৰে গ্ৰাহক সকলে। গ্ৰাহকৰ অভিযোগ এ টি এমৰ কাৰণে গ্ৰাহক সকলে আবেদন কৰিছে যদিও বেংক শাখাটোৰ বিষয়া-কৰ্মচাৰীৰ হেমাহি‌ৰ বাবে গ্ৰাহকে লাভ কৰা নাই এ টি এম কাৰ্ড। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া জমাধন উলিয়াবলৈ বেংক শাখাটোত এনেদৰে ভিৰ কৰিবলগা হৈছে গ্ৰাহকে ৷

লগতে পঢ়কঃ গণপ্ৰহাৰত মৃত্যু হোৱা তিনি সন্দেহজনক বাংলাদেশীক কৰিমগঞ্জত কবৰস্থ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.