ETV Bharat / state

মৰিগাঁৱত কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক বিতৰণ - ANTI Corona virus

সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক বিতৰণ কৰিছে মৰিগাঁৱত ৷ 5 টকাৰ বিনিময়ত বিতৰণ কৰা হৈছে এই প্ৰতিষেধক ৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন মৰিগাঁৱৰ হোমিঅ'পেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰনালয়ৰ নিৰ্দেশ মৰ্মে, "আৰচেনিক এলবমিক-30" নামৰ বিশেষ ঔষধবিধ কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক হিচাপে বিতৰণ কৰিছে ৷ তিনিদিন খালী পেটত খাব লাগে এইবিধ প্ৰতিষেধক ৷

কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক
কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক
author img

By

Published : Feb 7, 2020, 10:23 PM IST

মৰিগাঁও, 7 ফেব্ৰুৱাৰীঃ শেহতীয়াকৈ সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰা সময়তে, আগতীয়া প্ৰতিষেধকৰ বাবে মৰিগাঁৱৰ এখন হোমিঅ'পেথিক ক্লিনিকলৈ স্ৰোত বৈছে মানুহৰ ৷ মৰিগাঁৱত পাঁচ টকাত বিতৰণ কৰা হৈছে কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক ৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন মৰিগাঁৱৰ হোমিঅ'পেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰনালয়ৰ নিৰ্দেশ মৰ্মে, "আৰচেনিক এলবমিক-30" নামৰ বিশেষ ঔষধবিধ মৰিগাঁৱৰ জনসাধাৰণক কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক হিচাপে বিতৰণ কৰিছে ৷ তিনিদিন খালী পেটত খাব লাগে এইবিধ প্ৰতিষেধক ৷

মৰিগাঁৱত কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক বিতৰণ

উল্লেখ্য যে ম্যানমাৰ, থাইলেণ্ড,ডুবাইকে ধৰি বিশ্বৰ বহুকেইখন দেশত উত্তৰ পূৰ্বাঞ্চলৰ হৈ বিশ্ব হোমিঅ'পেথিক অভিবৰ্তনত প্ৰতিনিধিত্ব কৰা, চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথৰ পৰা ইতিমধ্যে বহু লোকে কৰ'ণা ভাইৰাছৰ আগতীয়া প্ৰতিষেধক গ্ৰহণ কৰিছে ৷ ৰাজ্যৰ কেইবাটাও আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠনে, চিকিৎসক গৰাকীৰ পৰা এই প্ৰতিষেধক নি ৰাইজৰ মাজত বিতৰণ কৰিছে ৷

লগতে পঢ়ক ঃ কৰ'ণা ভাইৰাছৰ প্ৰভাৱত ৰপ্তানি স্থগিত 'ব্যাদাগি' জলকীয়াৰ

Intro:মৰিগাঁৱত পাঁচ টকাত মহামাৰী কৰ'ণা ভাইৰাচৰ প্ৰতিষেধক বিতৰণ হোমিঅপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথৰ। তিনিদিন খালী পেটত খাবলগীয়া এই বিধ কৰ'ণাৰ ভাইৰাচৰ প্ৰতিষেধকৰ নাম -"আৰচেনিক এলবমিক- 30"। ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি আন্তৰ্জাতিক খ্যাতিসম্পন্ন হোমিঅপেথিক চিকিৎসক জনে মৰিগাঁৱত আগতীয়া প্ৰতিষেধৰ বিতৰণ ব্যৱস্থা।Body:চুবুৰীয়া ৰাষ্ট্ৰ চীনত কৰ'ণা ভাইৰাচে শ শ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ সময়তে দেশৰ চিকিৎসা জগতলৈ সুখবৰ। মৰিগাঁৱত বিনামূল্যত বিতৰণ কৰিছে কৰ'ণা ভাইৰাচ প্ৰতিষেধক ।
হয়, শেহতীয়াকৈ সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰা সময়তে আগতীয়া প্ৰতিষেধকৰ বাবে মৰিগাঁৱৰ এখন হোমিঅপেথিক ক্লিনিকলৈ স্ৰোত বৈছে মানুহৰ । এইগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন মৰিগাঁৱৰ হোমিঅপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথ ৷ চিকিৎসক গৰাকীয়ে ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰনালয়ৰ নিৰ্দেশ মৰ্মে "আৰচেনিক এলবমিক -30" নামৰ বিশেষ ঔষধবিধ মৰিগাঁৱৰ জনসাধাৰণক কৰ'ণা ভাইৰাছ আগতীয়া প্ৰতিষেধক হিচাপে কেবল পাঁচ টকাৰ বিনিময়ত প্ৰদান কৰিছে ৷byte :1dr. Ranjit kr nath
উল্লেখযোগ্য যে ম্যানমাৰ, থাইলেণ্ড,ডুবাইকে ধৰি বিশ্বৰ বহুকেইখন দেশত উত্তৰ পূৰ্বাঞ্চলৰ হৈ বিশ্ব হোমিঅপেথিক অভিৰ্বতনত প্ৰতিনিধিত্ব কৰা হোমিঅপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথৰ পৰা ইতিমধ্যে বহু লোকে কৰ'ণা ভাইৰাছৰ আগতীয়া প্ৰতিষেধক গ্ৰহণ কৰিছে। মনকৰিবলগীয়া যে ৰাজ্যৰ কেবাটিও আগশাৰী স্বেচ্ছাসেৱী সংগঠনে চিকিৎসক গৰাকীৰ পৰা ঔষধ নি ৰাইজৰ মাজত বিতৰণ কৰি আহিছে বুলি সৰদী কৰে আন্তৰ্জাতিক খ্যাতিসম্পন্ন হোমিঅপেথিক চিকিৎসক গৰাকীয়ে ।
Byte =2. Dr.ranjit kr nathConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.