ETV Bharat / state

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলৰ লাহৰীঘাটৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন

author img

By

Published : Sep 5, 2019, 2:30 AM IST

মৰিগাঁৱৰ লাহৰীঘাটত কেন্দ্ৰীয় চৰকাৰৰ উচচস্তৰীয় প্ৰতিনিধি দলৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন। দেশৰ আন্ত:মন্ত্ৰালয়ৰ সঞ্চালক অমৰ নাথ সিঙৰ নেতৃত্বত অহা বৃহৎ প্ৰতিনিধিৰ দলটোৱে ৰাজ্যৰ শেহতীয়াকৈ হৈ যোৱা প্ৰলয়ংকাৰী বানপানীত বিধ্বস্ত ভাৱে ক্ষতিগ্ৰস্ত হোৱা লাহৰীঘাট অঞ্চলত উপস্থিত হৈ পৰিদৰ্শন কৰাৰ লগতে ক্ষয়ক্ষতিৰ বুজ লয়

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলৰ লাহৰীঘাটৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন

মৰিগাঁও, 5 ছেপ্তেন্বৰঃ মৰিগাঁৱৰ লাহৰীঘাটত কেন্দ্ৰীয় চৰকাৰৰ উচচস্তৰীয় প্ৰতিনিধি দলৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন। বুধবাৰে মৰিগাঁৱৰ বানাক্ৰান্ত অঞ্চলত বাঁহৰ সাঁকো আৰু ই ৰিক্সাত উঠি কেন্দ্ৰীয় চৰকাৰৰ উচ্চ স্তৰীয় আমোলা বিষয়াই বুজ ল'লে লাহৰীঘাটৰ বানপানীত হোৱা ক্ষয়ক্ষতিৰ। দেশৰ আন্ত:মন্ত্ৰালয়ৰ সঞ্চালক অমৰ নাথ সিঙৰ নেতৃত্বত অহা বৃহৎ প্ৰতিনিধিৰ দলটোৱে ৰাজ্যৰ শেহতীয়াকৈ হৈ যোৱা প্ৰলয়ংকাৰী বানপানীত ক্ষতিগ্ৰস্ত হোৱা লাহৰীঘাট অঞ্চলত উপস্থিত হৈ পৰিদৰ্শন কৰাৰ লগতে ক্ষয়ক্ষতিৰ বুজ লয়। উক্ত দলটোৱে লাহৰীঘাট আৰু ভূৰাগাঁও ৰাজহচক্ৰৰ তিনিচুকীয়া, টেঙাগুৰি অঞ্চলৰ ভগ্ন মথাউৰি , বিধ্বস্ত বাট পথ, ক্ষতিগ্ৰস্ত শিক্ষানুষ্ঠান, চিকিৎসালয় পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। কেন্দ্ৰীয় প্ৰতিনিধি দলটোক পৰিদৰ্শনৰ সময়ত মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাকে ধৰি জিলাখনৰ আটাই কেইটা বিভাগৰ মু্ৰব্বী বিষয়া সকলে সংগ দিয়ে।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলৰ লাহৰীঘাটৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন
উল্লেখযোগ্য যে, জিলাখনৰ লাহৰীঘাটত, ভূৰাগাঁও, মায়ং মৰিগাঁৱকে ধৰি পাঁচটা ৰাজহচক্ৰৰ ৪৩৫ খন গাঁও বানৰ কৱলত পৰাৰ বিপৰীতে ৭ লক্ষাধিক লোক আক্ৰান্ত হৈছিল। বুধবাবে এইদলটোক জিলাখনৰ বানপৰিস্হিতিৰ ছবি সহ বিশ্লেষণ আগবঢ়ায় এই পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ দলটোক জিলা প্ৰশাসনৰ ফালৰ পৰা এখনি আঁচনি প্ৰস্তুত কৰা হয়।

Intro:মৰিগাঁৱত ই ৰিক্সা আৰু বাঁহৰ সাকুত উঠি মৰিগাঁৱৰ লাহৰীঘাটৰ টেঙাগুৰিত উপস্থিত হল কেন্দ্ৰীয় চৰকাৰৰ উচ্চ স্তৰীয় প্ৰতিনিধিৰ বৃহত দল ।বুজ ললে বানপানীত হোৱা ক্ষয়ক্ষতিৰ। মৰিগাঁও জিলা প্ৰশাসনে দিলে ২ শ ৫০ কোটিটকীয়া আচনি ।Body:অৱশেষত বুধবাবে মৰিগাঁৱৰ বানাক্ৰান্ত অঞ্চলত বাঁহৰ সাকু আৰু ই ৰিক্সাত উঠি কেন্দ্ৰীয় চৰকাৰৰ উচ্চ স্তৰীয় আমোলা বিষয়াই বুজ ললে মৰিগাঁৱৰ লাহৰীঘাটৰ বানপানীত হোৱা ক্ষয়ক্ষতিৰ বুজ।
হয় মৰিগাঁৱৰ লাহৰীঘাটত কেন্দ্ৰীয় চৰকাৰৰ উচচস্তৰীয় তিনিধি দলৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন । দেশৰ আন্ত:মন্ত্ৰালয়ৰ সঞ্চালক অমৰ নাথ সিঙৰ নেতৃত্বত অহা বৃহত প্ৰতিনিধিৰ দলটোৱে ৰাজ্যৰ শেহতীয়াকৈ হৈ যোৱা প্ৰলয়ংকাৰী বানপানীত বিধ্বস্ত ভাৱে ক্ষতিগ্ৰস্ত হোৱা লাহৰীঘাট অঞ্চলত উপস্থিত হৈ পৰিদৰ্শন কৰাৰ লগতে ক্ষয়ক্ষতিৰ বুজ লয় দলটোৱে । নতুন দিল্লীৰ পৰা এই কেন্দ্ৰীয় চৰকাৰৰ অহা
দলটোৰে লাহৰীঘাট আৰু ভূৰাগাঁও ৰাজহচক্ৰৰ তিনিচুকীয়া, টেঙাগুৰি অঞ্চলৰ ভগ্ন মথাউৰি , বিধ্বস্ত বাট পথ , ক্ষতিগ্ৰস্হ শিক্ষানুষ্ঠান , চিকিৎসালয় পৰিদৰ্শন কৰি স্হানীয় ৰাইজৰে মত বিনিময় কৰে ।
কেন্দ্ৰীয় প্ৰতিনিধি দলটোক পৰিদৰ্শনৰ সময়ত সংগ দিয়ে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাকে ধৰি জিলাখনৰ আটাই কেইটা বিভাগৰ মু্ৰব্বী বিষয়া সকল।
মনকৰিবলগীয়া যে জিলাখনৰ লাহৰীঘাটত, ভূৰাগাঁও, মায়ং মৰিগাঁৱকে ধৰি পাঁচটা ৰাজহচক্ৰৰ ৪৩৫ খন গাঁও বানৰ কৱলত পৰাৰ বিপৰীতে ৭ লক্ষাধিক লোক আক্ৰান্ত হৈছিল । বুধবাবে এইদলটোক জিলাখনৰ বানপৰিস্হিতিৰ ছবি সহ বিশ্লেষণ আগবঢ়ায় এই পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ দলটোক জিলা প্ৰশাসনৰ ফালৰ পৰা ২ শ ৫০ টকাৰ এখন আচনি প্ৰস্তুত কৰি দিয়া হৈছে ।bytes:/adcConclusion:Ratuldeka etv Bharat morigaon

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.