ETV Bharat / state

মৰিগাঁৱত ক'ভিড প্ৰট'কল মানি অনুষ্টুপীয়াকৈ বিশ্বকৰ্মা পূজা উদযাপন

author img

By

Published : Sep 17, 2020, 4:31 PM IST

মৰিগাঁৱত অনুষ্টুপীয়াকৈ বিশ্বকৰ্মা পূজা উদযাপন ৷ সম্পূৰ্ণ ক'ভিড-19 ৰ নীতি-নিয়ম মানি উদযাপন কৰিছে পূজা ৷

Biswakarma puja Celebration At Morigaon
মৰিগাঁৱত ক'ভিড প্ৰট'কল মানি অনুষ্টুপীয়াকৈ বিশ্বকৰ্মা পূজা উদযাপন

মৰিগাঁও, 17 ছেপ্তেম্বৰ : বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্টুপীয়াকৈ পালন কৰা হৈছে বিশ্বকৰ্মা পূজা ৷ ক'ভিড-19 ৰ নীতি-নিয়ম আৰু সামাজিক দুৰত্ব বজাই ৰাখি আয়োজন কৰা হৈছে পূজা ৷

পূৰ্বৰ দৰে উচাহ নাই যদিও জিলাখনৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে পূজা ৷ ইফালে,ভক্ত সকলেও সম্পূৰ্ণ নীতি-নিয়ম মানি পূজা কৰা পৰিলক্ষিত হৈছে জিলাখনত ৷

লগতে পঢ়ক : জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে বাইহাটাৰ এখন পশু চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.