ETV Bharat / state

মৰিগাঁৱত গ্ৰীষ্মকালীন বিহু কৰ্মশালা

author img

By

Published : Jul 2, 2019, 8:10 AM IST

প্ৰথম দিনাৰ কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে বিমান বৰুৱা, ঢোলৰ ওজা ধনেশ্বৰ শইকীয়া, প্ৰখ্যাত পেঁপা বাদক চক্ৰেশ্বৰ বৰা, বিহু পৰিচালক বিমান বৰুৱা, বিহু ৰাণী বৰষাৰাণী বিষয়াই

মৰিগাঁৱত গ্ৰীষ্মকালীন বিহু কৰ্মশালা

মৰিগাঁও,1 জুলাইঃ মৰিগাঁৱত আঠ দিনীয়া গ্ৰীষ্মকালীন ঢোল,পেঁপা,গগণা,আৰু বিহু নাচৰ কৰ্মশালা। প্ৰথম দিনাৰ কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে বিমান বৰুৱা,ঢোলৰ ওজা ধনেশ্বৰ শইকীয়া,প্ৰখ্যাত পেঁপা বাদক চক্ৰেশ্বৰ বৰা,বিহু পৰিচালক বিমান বৰুৱা,বিহু ৰাণী বৰষাৰাণী বিষয়াই । 1 জুলাই সোমবাৰৰ পৰাই মৰিগাঁও চহৰৰ শংকৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ আৰু মৰিগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এই কৰ্মশালাৰ আয়োজন কৰা হয়।

মৰিগাঁৱত গ্ৰীষ্মকালীন বিহু কৰ্মশালা

মৰিগাঁও,1 জুলাইঃ মৰিগাঁৱত আঠ দিনীয়া গ্ৰীষ্মকালীন ঢোল,পেঁপা,গগণা,আৰু বিহু নাচৰ কৰ্মশালা। প্ৰথম দিনাৰ কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে বিমান বৰুৱা,ঢোলৰ ওজা ধনেশ্বৰ শইকীয়া,প্ৰখ্যাত পেঁপা বাদক চক্ৰেশ্বৰ বৰা,বিহু পৰিচালক বিমান বৰুৱা,বিহু ৰাণী বৰষাৰাণী বিষয়াই । 1 জুলাই সোমবাৰৰ পৰাই মৰিগাঁও চহৰৰ শংকৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ আৰু মৰিগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এই কৰ্মশালাৰ আয়োজন কৰা হয়।

মৰিগাঁৱত গ্ৰীষ্মকালীন বিহু কৰ্মশালা
Intro:মৰিগাঁৱত আঠ দিনীয়া গ্ৰীষ্মকালীন ঢোল,পেঁপা,গগণা,আৰু বিহু নাচৰ মহা কৰ্মশালা।প্ৰথম দিনাৰ কৰ্মশালাত প্ৰশিক্ষণ দিলে বিমান বৰুৱা, বৰষাৰাণী বিষয়া আৰু ঢোলৰ ওজা ধনেশ্বৰ শইকীয়া, প্ৰখ্যাত পেঁপা বাদক চক্ৰেশ্বৰ বৰা, বিহু পৰিচালক বিমান বৰুৱা, বিহু সমাগ্ৰী বৰষাৰাণী বিষয়াই ।
এই উপলক্ষে পহিলা জুলাইত মৰিগাঁও চহৰৰ শংকৰী কৃষ্টি বিকাশ কেন্দ্ৰ আৰু মৰিএৰাগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এখনি উদ্ধোধনী সভা অনুষ্ঠিত হয়।উদ্ধোধনী অনুষ্ঠানত জনপ্ৰিয় শিল্পীতথা প্ৰশিক্ষক সকলক ফুলাম গামোচা আৰু জাপিৰে আদৰণি জনায় ঢোলবিৰি সাংস্কৃতিক সমন্বয় গোষ্ঠীৰ তৰফৰ পৰা।আশা কৰা হৈছে অসমীয়া বাপতি সাহোন বিহু আৰু ইয়াৰ উপাদান সমূহক প্ৰতিজন অসমীয়াই মনপ্ৰাণত তথা তেজত বহন কৰিব লাগিব। সেয়ে কলে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই।byte:Barasarani Bixoya.
হয়,ঠিকেই শুনিছে আপুনি গ্ৰীষ্মকালীন বন্ধৰ এই আঠদিনীয়া কৰ্মশালাত গৰাকী ঢোলীয়া,তালীয়া,পেঁপুৱা বা নাচনীক সম্পূৰ্ণ ভাৱে শিকাব নোৱাৰি যদিও বিহু নৃত্য,ঢোলবাদন,পেঁপাবাদন,তালবাদন বা নাচৰ প্ৰাথমিক ভংগীমাবোৰৰ বিষয়ে আভাস দিয়াৰ বাবে মানস কৰা হৈছে। মন্তব্য আয়োজক সমিতিৰ সভাপতি।byte:president
সঁচাকৈয়ে ৰাজ্যৰ বিদ্যালয় সমূহত গৰম বন্ধ বা গ্ৰীষ্মকালীন বন্ধ ষোষণা হোৱাৰ লগে লগে এনেদৰেই মৰিগাঁৱৰ তিনিশতাধিক ছাত্ৰ ছাত্ৰীক দিলে সাংস্কৃতিক প্ৰশিক্ষণ।


Body:গ্ৰীষ্মকালীন বন্ধৰ বাবে মৰিগাঁৱত বিহুৰ আঠদিনীয়া মহা কৰ্মশালা। বিহু নৃত্যৰ প্ৰশিক্ষণ আগঢ়ায় বৰষাৰাণী বিষয়া,বিমান বৰুৱা,পেঁপাৰ প্ৰশিক্ষণ চক্ৰেশ্বৰ বৰাই,ধনেশ্বৰ শইকীয়াই ঢোলৰ বিভিন্ন বোল,ছেৱ,চাপৰ সমূহ বজাই প্ৰশিক্ষণ আগবঢ়াই।


Conclusion:Ratul deka.etvbharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.