মৰিগাঁও,29 নৱেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে শুকুৰবাৰে মৰিগাঁও জিলাৰ ভূৰবন্ধাত ভূৰবন্ধা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা দেখা যায়। আজি ভূৰবন্ধা উন্নয়ন খণ্ড কাৰ্যালয়ত ভূৰবন্ধা ব্লক কংগ্ৰেছ কমিটিয়ে কেন্দ্ৰীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে ভয়াৱহ অৰ্থনৈতিক মন্দৱস্থা,নিবনুৱা সমস্যা,নিত্য ব্যবহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আদিকে ধৰি লগতে বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি ভূৰবন্ধা ব্লক কংগ্ৰেছ কমিটি কাৰ্যালয়ৰ পৰা গৈ ভূৰবন্ধা উন্নয়ন খণ্ড কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত প্ৰতিবাদ কাৰ্যসূচীত ব্লক কংগ্ৰেছ কমিটি সভাপতি-সম্পাদককে আদি কৰি প্ৰায় অৰ্ধশতাধিক লোক উপস্থিত থকা দেখা যায় ।
মৰিগাঁও ভূৰবন্ধাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ - ভূৰবন্ধা ব্লক কংগ্ৰেছ
মৰিগাঁৱত জিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী । মৰিগাঁৱৰ ভূৰবন্ধাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি উত্তাল পৰিবেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে ৷
মৰিগাঁও,29 নৱেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে শুকুৰবাৰে মৰিগাঁও জিলাৰ ভূৰবন্ধাত ভূৰবন্ধা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা দেখা যায়। আজি ভূৰবন্ধা উন্নয়ন খণ্ড কাৰ্যালয়ত ভূৰবন্ধা ব্লক কংগ্ৰেছ কমিটিয়ে কেন্দ্ৰীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে ভয়াৱহ অৰ্থনৈতিক মন্দৱস্থা,নিবনুৱা সমস্যা,নিত্য ব্যবহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আদিকে ধৰি লগতে বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি ভূৰবন্ধা ব্লক কংগ্ৰেছ কমিটি কাৰ্যালয়ৰ পৰা গৈ ভূৰবন্ধা উন্নয়ন খণ্ড কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত প্ৰতিবাদ কাৰ্যসূচীত ব্লক কংগ্ৰেছ কমিটি সভাপতি-সম্পাদককে আদি কৰি প্ৰায় অৰ্ধশতাধিক লোক উপস্থিত থকা দেখা যায় ।
সমগ্ৰ ৰাজ্যৰ লগতে আজি মৰিগাঁও জিলা ভূৰবন্ধাটো ভূৰবন্ধা ব্লক কংগ্ৰেছ কমিটি উদ্যোগত প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ন কৰা দেখাঁ যায়। আজি ভূৰবন্ধা উন্নয়ন খণ্ড কাৰ্য্যালয়ত ভূৰবন্ধা ব্লক কংগ্ৰেছ কমিটিয়ে কেন্দ্ৰীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে ভয়াবহ অৰ্থনৈতিক মন্দৱস্থা,নিবনুৱা সমস্যা ,নিত্য ব্যবহাৰ্য্য সামগ্ৰীৰ আকাশলংঘী মুল্যবৃদ্ধি আদিকে ধৰি লগতে বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি ভূৰবন্ধা ব্লক কংগ্ৰেছ কমিটি কাৰ্য্যালয় পৰা গৈ ভূৰবন্ধা উন্নয়ন খণ্ড কাৰ্য্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে।উক্ত প্ৰতিবাদ কাৰ্য্যসুচীত ব্লক কংগ্ৰেছ কমিটি সভাপতি সম্পাদককে ধৰি প্ৰায় অৰ্ধশতাধীক লোক উপষ্ঠিত থকা দেখাঁ যায়।
আনহাতে সাংবাদিকৰ প্ৰশ্নত ব্লক কংগ্ৰেছৰ সম্পাদক গৰাকীয়ে নাগৰিকত্ব সংশোধনী বিলৰ লগতে বৰ্ত্তমান চৰকাৰে উদ্যোগ তথা বিমান বন্দ সমুহক লৈ চৰকাৰে লোৱা নীতি সমুহকো চোকা সমালোচনা কৰে ।bytes:shots Conclusion:Ratuldeka etv Bharat morigaon