ETV Bharat / state

ধিং সমষ্টিৰ মৈৰাবাৰীত কংগ্ৰেছৰ অসম বচাও কাৰ্যসূচী - ধিং সমষ্টিৰ মৈৰাবাৰী

ধিং সমষ্টিৰ মৈৰাবাৰীত কংগ্ৰেছৰ অসম বচাও কাৰ্যসূচী ৷ উপস্থিত থাকে কংগ্ৰেছ দলৰ বিধায়িনী দলৰ উপ-দলপতি তথা প্ৰচাৰ সমিতিৰ অধ্যক্ষ ৰকিবুল হুছেইনৰ নেতৃত্বত এটা দল ৷

axom bachao campaign
ধিং সমষ্টিৰ মৈৰাবাৰীত কংগ্ৰেছৰ অসম বচাও কাৰ্যসূচী
author img

By

Published : Feb 19, 2021, 11:00 PM IST

মৰিগাঁও, 19 ফেব্ৰুৱাৰী : অসম বচাওঁ আহক বতৰা লৈ শুকুৰবাৰে ধিং সমষ্টিৰ মৈৰাবাৰীত উপস্থিত হয় কংগ্ৰেছ দলৰ বিধায়িনী দলৰ উপ-দলপতি তথা প্ৰচাৰ সমিতিৰ অধ্যক্ষ ৰকিবুল হুছেইনৰ নেতৃত্বত এটা কংগ্ৰেছৰ দল ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এই ব্যতিক্ৰমী গণ সংযোগ অভিযানৰ মৈৰাবাৰীত শুভাৰম্ভ কৰা ৰকিবুল হুছেইনে প্ৰথমে কংগ্ৰেছ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে ৷

ধিং সমষ্টিৰ মৈৰাবাৰীত কংগ্ৰেছৰ অসম বচাও কাৰ্যসূচী

ইয়াৰ পাছত ভাষণ প্ৰসংগত ৰকিবুল হুছেইনে কয় যে, বিজেপিৰ জনবিৰোধী নীতিৰ পৰা অসমৰ জনসাধাৰণক বচাব লাগিব ৷ সেই উদ্দেশ্য তেওঁ মৈৰাবাৰীত উপস্থিত হোৱা বুলি মন্তব্য আগবঢ়ায় ৷ ভাষণত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে পেট্ৰল-ডিজেলৰো মূল্যবৃদ্ধি হৈছে আৰু এনেবোৰ সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি উপাৰ্জন কৰা ৰাজকোষৰ ধন এজন মন্ত্ৰীয়ে উৰুৱাইছে বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে ৷ এই অসম বচাও কাৰ্যসূচীত ধিং সমষ্টিৰ মৈৰাবাৰী অঞ্চলৰ 2000 হাজাৰোধিক লোক উপস্থিত থাকে ৷

লগতে পঢ়ক : সোণাৰি আৰক্ষীৰ ওচৰত সন্তানসহ আত্মসমৰ্পণ মহিলা কেডাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.