ETV Bharat / state

গাহৰি আৰু ব্ৰয়লাৰ পালনৰ বিৰ্তক ভিত্তিহীনঃ বাবুল বৰা - শ্ৰীমন্ত শংকৰদেৱ সংঘ

গহপুৰৰ অখৰাখাট প্ৰাথমিকৰ সংগীজনক এঘৰীয়া কৰাতো প্ৰাথমিক তথা গাঁওখনৰ ওচৰ-চুবুৰীয়াৰ লগত জড়িত এটা সমস্যা, তাৰ বাবে জিলা শাখাক সেই বিষয় লৈ এক প্ৰতিবেদন যুগুতাবলৈ আহ্বান জনোৱা বুলি মন্তব্য কৰে সাংবাদিকৰ আগত । এই বিষয়ৰ প্ৰতিবেদন খন পোৱাৰ পিছতহে ইয়াৰ প্ৰকৃত সত্য ওলাই পৰিব বুলি মন্তব্য সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই ।

গাহৰি আৰু ব্ৰয়লাৰ পালনৰ বিৰ্তক ভিৰ্তিহীনঃ বাবুল বৰা
author img

By

Published : May 18, 2019, 9:28 PM IST

মৰিগাঁও, ১৮ মেঃ গাহৰি পালনক লৈ ৰাজ্যজুৰি বিৰ্তক চলি থকাৰ সময়তে স্থিতি স্পষ্ট কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই। একাংশ গণমাধ্যমত প্ৰকাশিত বাতৰিক অতিৰঞ্জিত আখ্যা সম্পাদক বাবুল বৰাৰ।

গাহৰি আৰু ব্ৰয়লাৰ পালনৰ বিৰ্তক ভিৰ্তিহীনঃ বাবুল বৰা

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গহপুৰ জিলা শাখাৰ অন্তৰ্গত অখৰাখাট প্ৰাথমিকৰ এজন উদ্যোগীয়ে গাহৰি আৰু ব্ৰয়লাৰ পালনৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সংঘৰ কোনো সংগীক জুই-পানী এঘৰীয়া কৰা প্ৰস্তাৱ প্ৰাথমিক,আঞ্চলিককে ধৰি জিলা পৰ্যায়তো গ্ৰহণ কৰিব নোৱাৰে বুলি মন্তব্য বৰাৰ। এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ হলে মূলৰ লগত আলোচনাৰ ভিত্তিত গ্ৰহণ কৰা হয় বুলি মন্তব্য কৰে । লগতে কোনো সদস্যই যদি সংঘৰ সংবিধান অমান্য কৰি কাম কৰে তেনেহ'লে সদস্যৰ পৰা সংঘই কোনো অনুষ্ঠানত সহযোগ নকৰাৰ লগতে কোনো দান বৰঙণি সেইলোকজনৰ পৰা গ্ৰহণ নকৰে বুলি মন্তব্য সম্পাদকজনৰ । লগতে নিবনুৱা সকলৰ সুবিধাৰ্থে সংঘৰ থীৱ এন্দ ক্ৰেডিত কোঃ বেংকৰ জৰিয়তে নিবনুৱা সকলক ৫ কোটি টকাৰো অধিক ঋণ ইতিমধ্যে আগবঢ়াই অহা বুলি মন্তব্য কৰে। অখৰাখাট প্ৰাথমিকৰ সংগীজনক এঘৰীয়া কৰাতো প্ৰাথমিক তথা গাঁওখনৰ ওচৰ-চুবুৰীয়াৰ লগত জড়িত এটা সমস্যা, তাৰ বাবে জিলা শাখাক সেই বিষয় লৈ এক প্ৰতিবেদন যুগুতাবলৈ আহ্বান জনোৱা বুলি মন্তব্য কৰে সাংবাদিকৰ আগত । এই বিষয়ৰ প্ৰতিবেদনখন পোৱাৰ পিছতহে ইয়াৰ সত্য ৰহস্যটো ওলাই পৰিব বুলি মন্তব্য কৰে সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই ।

লগতে আন এটা বাতৰি - ভগৱান বুদ্ধৰ মানৱ প্ৰেমৰ বন্দনাৰে মুখৰিত বাক্সাৰ মুছলপুৰ

Intro: গাহৰি পালনক লৈ ৰিজ্যজুৰি বিৰ্তক চলিথকাৰ সময়তে শনিবাৰে ইটিভিৰ সন্মুখত স্হিতি স্পষ্ট কৰিলে সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই। কি খলে সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই এই সন্দৰ্ভত ইটিভি ৰ এক প্ৰতিবেদন।

Body:একাংশ গণমাধ্যমত প্ৰকাশিত বাতৰিৰ ওপৰত অসন্তুষ্ট শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গহপুৰ জিলাশাখাৰ অন্তৰ্গত অখৰাখাট প্ৰাথমিকৰ এজন উদ্যোগী ব্যক্তিয়ে গাহৰি আৰু ব্ৰয়লাৰ পালনৰ পাছত হোৱা বিৰ্তকৰ ভিৰ্তিহীন আখ্যা সংঘৰ মূলৰ সম্পাদক বাবুল বৰাৰ।তেওঁ ইটিভি য়ে হোৱা আছুতীয়া সাক্ষাৎকাৰত কয় যে স্বনিয়োজনৰ বাবে যিখিনি সময়ত সংঘই যাৱতীয় ব্যৱস্থা হাতত লৈছে তেনে সময়ত এজন সংঙীক জুই পানীয়ে এঘৰীয়া কৰাতো সংঘৰ পৰিপন্থী। তেনে সিদ্ধান্ত জিলা সমিতি সমূহেও লৱ নোৱাৰে।তেনে ক্ষেত্ৰত সংশ্লিষ্ট প্ৰাথমিক খনে লৱ নোৱাৰে। ললেও নিশ্চিত সাময়িক।byte:1 babul bora
যদি সংঘৰ কোনো সঙীয়ে এনে কৰ্মৰে জড়িত হয় তেতিয়া সংঘৰ সংবিধানৰ মতে চান্দা পচকি নলয়বা সকাম নিকামলৈ নাযায়। আহযাহ চলি থাকে। সংঘৰ সংশ্ৰৱৰ পৰা আতৰি থাকিব লাগে।byte:2 babul Bora.
সেয়ে হে এই ঘটনাৰ সন্দৰ্ভত একাংশ গণমাধ্যমত প্ৰকাশিত বাতৰিক অতিৰঞ্জিত আখ্যা দিয়ে প্ৰধান সম্পাদক বৰাই।byte: babul bora

Conclusion:ratul deka.etvbharat.morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.