ETV Bharat / state

মৰিগাঁও বিহুতলীত আশা কৰ্মীৰ প্ৰতিবাদ - ASHA worker protested at morigaon

বিগত ১৫ বছৰে ত্যাগ আৰু নিষ্ঠাৰে জনসাধাৰণৰ মাজত সেৱা আগবঢ়াই অহা আশা কৰ্মী সকলে বুধবাৰে মৰিগাঁও বিহুতলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আশাকৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

মৰিগাঁও বিহুতলীত আশা কৰ্মীৰ প্ৰতিবাদ
মৰিগাঁও বিহুতলীত আশা কৰ্মীৰ প্ৰতিবাদ
author img

By

Published : Jan 21, 2021, 7:56 AM IST

মৰিগাঁও,21 জানুৱাৰী: চাকৰী নিয়মীয়া কৰণৰ দাবীৰে মৰিগাঁৱত আশা কৰ্মীৰ প্ৰতিবাদ ৷ সদৌ অসম আশা কৰ্মী সন্থাৰ সহযোগত মৰিগাঁও জিলাৰ আশা কৰ্মীয়ে বুধবাৰে মৰিগাঁও বিহুতলীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিগত ১৫ বছৰে আশা কৰ্মী সকলে ত্যাগ আৰু নিষ্ঠাৰে জনসাধাৰণৰ মাজত সেৱা আগবঢ়াই অহাৰ পাচত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে নূন্যতম পৰিতোষিকৰ ওপৰত ৭২টাকৈ গুৰু দায়িত্ব জাপি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে আশা কৰ্মী সকলে ৷

মৰিগাঁও বিহুতলীত আশা কৰ্মীৰ প্ৰতিবাদ
মৰিগাঁও বিহুতলীত আশা কৰ্মীৰ প্ৰতিবাদ

বৰ্তমানৰ ৰাজ্য চৰকাৰে আশা কৰ্মী সকলক এন এইছ এমৰ অধীনত অন্তৰ্ভুক্ত নকৰা বিষয়টোত ক্ষোভিত হৈ এন এইছ এম কৰ্মচাৰীৰ দৰে নিযুক্তি দিয়াৰ বাবে চৰকাৰক দাবী জনায় ৷ মৰিগাঁও স্কুল খেল পথাৰৰ পৰা হাতে হাতে বেনাৰ, পোষ্টাৰ, প্লেকাৰ্ড আদি লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি অতিৰিক্ত উপায়ুক্ত অজিত শৰ্মাৰ হাতত এখন ছয় দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰে আশা কৰ্মী সকলে ৷

লগতে পঢ়ক: তাঁতৰ শালত সপোন ৰচিছে এজাক মহিলাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.