মৰিগাঁও, 16 জুলাই: ৰাজ্যত বৰ্তমানেও অপৰিবৰ্তিত বান পৰিস্থিতি ৷ বানত প্লাবিত হৈছে ৰাজ্যৰ ন ন অঞ্চল ৷ সোমবাৰে বানাক্ৰান্ত লোকৰ দুখ দুৰ্দশাৰ বুজ লয় বিধায়িকা আঙুৰলতাই ৷ মৰিগাঁৱৰ দীঘলবড়ীত উপস্থিত হৈ প্ৰথমে অঞ্চলটোৰ মহিলা সকলৰ লগত মতবিনিময় কৰি বান পৰিস্থিতি বুজ লয় বিধায়িকা গৰাকীয়ে ৷ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা গৰাকীক পৰিদৰ্শনৰ সময়ত সংগ দিয়ে স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে অঞ্চলটোৰ ৰাইজে ৷ মৰিগাঁও উপায়ুক্ত গৰাকীক বানাক্ৰান্ত ৰাইজক সাহাৰ্য প্ৰদানৰ লগতে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণৰ বাবে যোগাযোগ কৰে বিধায়িকা আঙুৰলতাই ৷
মৰিগাঁৱৰ দীঘলবড়ীত বানাক্ৰান্তৰ ওচৰত বিধায়িকা আঙুৰলতা - বিধায়িকা
মৰিগাঁৱৰ দীঘলবড়ীত উপস্থিত হৈ প্ৰথমে অঞ্চলটোৰ মহিলা সকলৰ লগত মতবিনিময় কৰি বান পৰিস্থিতি বুজ লয় বিধায়িকা গৰাকীয়ে ৷
মৰিগাঁৱৰ দীঘলবড়ীত বানাক্ৰান্তৰ ওচৰত বিধায়িকা আঙুৰলতা
মৰিগাঁও, 16 জুলাই: ৰাজ্যত বৰ্তমানেও অপৰিবৰ্তিত বান পৰিস্থিতি ৷ বানত প্লাবিত হৈছে ৰাজ্যৰ ন ন অঞ্চল ৷ সোমবাৰে বানাক্ৰান্ত লোকৰ দুখ দুৰ্দশাৰ বুজ লয় বিধায়িকা আঙুৰলতাই ৷ মৰিগাঁৱৰ দীঘলবড়ীত উপস্থিত হৈ প্ৰথমে অঞ্চলটোৰ মহিলা সকলৰ লগত মতবিনিময় কৰি বান পৰিস্থিতি বুজ লয় বিধায়িকা গৰাকীয়ে ৷ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা গৰাকীক পৰিদৰ্শনৰ সময়ত সংগ দিয়ে স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে অঞ্চলটোৰ ৰাইজে ৷ মৰিগাঁও উপায়ুক্ত গৰাকীক বানাক্ৰান্ত ৰাইজক সাহাৰ্য প্ৰদানৰ লগতে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণৰ বাবে যোগাযোগ কৰে বিধায়িকা আঙুৰলতাই ৷
Intro:ৰীল লাইফত নহয় সোমাবাৰে ৰিয়েল লাইফত এগৰাকী মমতাময়ী মাতৃৰ ৰূপত দেখা গল জনপ্ৰিয় অভিনেত্ৰী তথা বিধায়িকা আঙুৰলতাক। পিছে কিয় ? এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ এক প্ৰতিবেদন।Body: নতুন লুকত আঙুৰলতা । মাছুৱৈ ছোৱালী লেখীয়াকৈ মেখেলা কোচাই পানী ভাগিছে। মুখত একেই ভুৱন ভুলোৱা চিনাকী হাঁহি ।মাজে মাজে এজনৰ গাত ধৰিছে । তথাপি বিধায়ক ৰমাকান্ত দেউৰী আৰু অন্যান্য পুৰুষৰ সমানে আগবাঢ়িছে আঙুৰলতা । সোমাবাৰে আঙুৰলতাৰ এই ৰূপৰ উদ্দেশ্য আছিল মৰিগাঁৱৰ বানাক্ৰান্ত লোকৰ দুখদুৰ্দশাৰ বুজ লোৱা । যেনে উদ্দেশ্য তেনে কাম ।
মৰিগাঁৱৰ দীঘলবড়ীত উপস্থিত হৈ প্ৰথমে মহিলা সকলৰ মাজত বহি বুজলয় । সমানেই জনপ্ৰিয় অভিনেত্ৰী তথা বিধায়িকা আঙুৰলতাৰ মতবিনিময়। নাটকীয় ভাৱে সন্মুখীন হল ৰোগীয়া শিশু আৰু মাতৃক। সেয়েহে আশ্বাস দিলে উপায়ুক্তৰ লগত কথাপাতি শিশু টিৰ বিশেষ চিকিৎসাৰ ।byte: angoorlata 1।
কেবল ইমানেই নহয় কেচুৱাক কোলাত লৈ পানীৰ মাজত চফৰ বট্ৰদবাৰ বিধায়িকা আঙুৰলতাৰ। যেন বিধায়িকা নহয় এগৰাকী সচাঁ অন্তৰৰ মাতৃহে ।কেৱল ইমানেই নহয় বানাক্ৰান্তৰ খোৱা বোৱাৰ বন্দবস্ত কথা কলে জনপ্ৰিয় অভিনেত্ৰী তথা বিধায়িকা আঙুৰলতাই।byte:angoorlata2
Conclusion:মুঠৰ ওপৰত সোমাবাৰে মৰিগাঁৱৰ বানাক্ৰান্তক খবৰ লবলৈ আহি এনেদৰেই ৰিয়েল লাইফত এগৰাকী সাধাৰণ মমতাময়ী মাতৃৰূপত দেখা গল বিধায়িকা আঙুৰলতাক।
Ratuldeka etv Bharat morigaon