ETV Bharat / state

মৰিগাঁৱত আনন্দৰাম বঁটা প্ৰদান অনুষ্ঠান - STUDENT

৪৫৫ ছাত্র ছাত্ৰীক প্ৰদান কৰা হয় ২০১৮ চনৰ আনন্দৰাম বৰুৱা বঁটা

ANANDARAM BARUAH
author img

By

Published : Feb 14, 2019, 2:58 PM IST

মৰিগাঁও , ১৪ ফেব্ৰুৱাৰী : মৰিগাঁৱত কৃতি ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিকভাৱে ২০১৮ শিক্ষা বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান। আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত ৰিতুৰাজ বৰাই।

ANANDARAM BARUAH
undefined

বৃহস্পতি বাৰে মৰিগাঁৱত ৪৫৫ ছাত্র ছাত্ৰীক ২০১৮ চনৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান।মৰিগাঁও শংকৰ-মাধৱ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় বঁটা প্ৰদান অনুষ্ঠান। প্ৰধান শিক্ষয়িত্ৰী অন্নদা দেৱী নেতৃত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানটো আঁতধৰে সহকাৰী শিক্ষক গহন বৰাই। অনুষ্ঠানত মৰিগাঁৱৰ জিলা উপায়ুক্ত, জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক, জিলা হাইস্কুল শিক্ষক সন্থাৰ সভাপতি সম্পাদককে ধৰি জিলাখনৰ শিক্ষক কৰ্মচাৰী, অভিভাৱকসহ ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে।

Intro: বৃহস্পতি বাৰে মৰিগাঁৱত ৪৫৫ জন কৃৰ্তি ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিকভাৱে ২০১৮ শিক্ষা বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান। আনুষ্ঠানিক ভাৱে এইবঁটা প্ৰদান কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত আৰ, আৰ ,বৰাই।

Body:বৃহস্পতি বাৰে মৰিগাঁৱত ৪৫৫ ছাত্র ছাত্ৰীক ২০১৮ চনৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান।এই উপলক্ষে মৰিগাঁও শংকৰ-মাধৱ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় বঁটা বিতৰণী অনুষ্ঠান। প্ৰধান শিক্ষয়িত্ৰী অন্নদা দেৱী নেতৃত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানটো আতধৰে সহকাৰী শিক্ষক গহন বৰাই। মৰিগাঁৱৰ জিলা উপায়ুক্ত, জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক, জিলা হাইস্কুল শিক্ষক সন্থাৰ সভাপতি সম্পাদককে প্ৰমুখ্যে জিলাখনৰ শিক্ষক কৰ্মচাৰী, অভিভাৱক অভিভাৱিকাসহ ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে।bytes: Headmistress.Annda Devi.and IS.dr Took saikia
আনহাতে বঁটা লবলৈ অহা কৃৰ্তি ছাত্ৰ ছাত্ৰী সকলেও এই বঁটা গ্ৰহণ কৰিবলৈ আহি আনন্দ প্ৰকাশ কৰে।byte:
student1+1+1=3.

Conclusion:ratul deka,etc bharat.morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.