ETV Bharat / state

মূল্যবৃদ্ধি ৰোধৰ উদ্দেশ্যে মৰিগাঁৱত আপৰ প্ৰতিবাদ - ঘনকান্ত বৰুৱা মহাবিদ্যালয়

মৰিগাঁৱত আম আদমী পাৰ্টীৰ প্ৰতিবাদ ৷ হাতে হাতে বেনাৰ,প্লে'কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে সাব্যস্ত কৰে প্ৰতিবাদ ৷

Aam Aadmi Party's protest in Morigaon aimed at curbing price rise
মূল্যবৃদ্ধি ৰোধৰ উদ্দেশ্য মৰিগাঁৱত আম আদমী পাৰ্টীৰ প্ৰতিবাদ
author img

By

Published : Oct 31, 2020, 6:47 PM IST

মৰিগাঁও, 31 অক্টোবৰ : শনিবাৰে মৰিগাঁৱত আম আদমী পাৰ্টীৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰি সংগঠনটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে জিলা উপায়ুক্তৰ জৰিয়তে ।

Aam Aadmi Party's protest in Morigaon aimed at curbing price rise
মূল্যবৃদ্ধি ৰোধৰ উদ্দেশ্য মৰিগাঁৱত আম আদমী পাৰ্টীৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীৰ মৰিগাঁও জিলা সমিতিয়ে ৷ মৰিগাঁও জিলা সমিতিৰ মুখ্য সমন্বক দিপাংকৰ ৰাজবংশীৰ নেতৃত্বত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচী মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি চহৰখনৰ মাজমজিয়াত বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লেকাৰ্ড,বেনাৰ লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাই কয় যে,শীঘ্ৰে যদিহে চৰকাৰে মূল্য বৃদ্ধি ৰোধ নকৰে তেতিয়াহ'লে আন্দোলন চলাই নিবলৈ বুলি জানিব দিয়ে ৷

লগতে পঢ়ক : আমগুৰিত দুষ্কৃতিকাৰীয়ে ভাঙিলে ফলকঃ বিৰোধীলৈ আঙুলি অগপকৰ্মীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.