ETV Bharat / state

ভালুকৰ সাঙীত পৰিণত মৰিগাঁৱৰ এটা উপ স্বাস্থ্য কেন্দ্ৰ - মন্ত্ৰী পীয়ূষ হাজৰিকা

মৰিগাঁৱত ভালুকৰ সাঙীত পৰিণত এটা চৰকাৰী স্বাস্থ্য উপকেন্দ্ৰ। জহিখহি যোৱা উপক্ৰম হৈছে কেন্দ্ৰটো তথাপি কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷

ভালুকৰ সাঙীত পৰিণত মৰিগাঁৱৰ এটা উপ স্বাস্থ্য কেন্দ্ৰ

author img

By

Published : Nov 12, 2020, 9:58 AM IST

মৰিগাঁও,12নৱেম্বৰঃ মৰিগাঁৱৰ জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ অধীনত স্থাপন কৰা এটা স্বাস্থ্য উপকেন্দ্ৰ দীৰ্ঘ দিন ধৰি মেৰামতি নকৰাৰ ফলত এজাক বৰষুণত পানী পৰি বেৰঘৰ জহিখহি গৈছে । ফলত এই কেন্দ্ৰটোলৈ আহিব নিবিচাৰে চিকিৎসক তথা চিকিৎসা কৰ্মীসকল। ইয়াৰ পৰিপ্ৰেক্ষিতত অঞ্চলটো ৰাইজৰ বাবে বুমেৰাং হৈ পৰিছে স্বাস্থ্য বিভাগৰ চৰকাৰী চিকিৎসা ব্যৱস্থা ।

ভালুকৰ সাঙীত পৰিণত মৰিগাঁৱৰ এটা উপ স্বাস্থ্য কেন্দ্ৰ
ভালুকৰ সাঙীত পৰিণত মৰিগাঁৱৰ এটা উপ স্বাস্থ্য কেন্দ্ৰ
মনকৰিবলগীয়া কথা যে ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাৰ গৃহ সমষ্টিৰ এইটো স্বাস্থ্য উপকেন্দ্ৰই দাঙি ধৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকা স্বাস্থ্য বিভাগৰ প্ৰকৃত ছবিখন ৷ জহি খহি যোৱা উপ স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসাটো বাদেই সময়ত বিচাৰিলে চিকিৎসক বা চিকিৎসা কৰ্মীও পাবলৈ টান ৷ চৰকাৰে আজি পৰ্যন্ত উপ স্বাস্থ্য কেন্দ্ৰটো পুনৰ নিৰ্মাণ অথবা মেৰামতিৰ ব্যৱস্থা নকৰাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷ অনতি পলমে উপ স্বাস্থ্য কেন্দ্ৰটোৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

লগতে চাওকঃ দীপাৱলী উপলক্ষে চিৰাঙৰ আৰক্ষী অধীক্ষকৰ জিলাবাসীলৈ বিশেষ আহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.